প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হকী খেলুৱৈ বলবীৰ সিং ছিনিয়ৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 25 MAY 2020 2:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হকী খেলুৱৈ পদ্মশ্ৰী বলবীৰ সিং ছিনিয়ৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, পদ্মশ্ৰী শ্ৰী বলবীৰ সিং ছিনিয়ৰ জীক তেওঁৰ ক্ৰীড়াক্ষেত্ৰৰ প্ৰদৰ্শনৰ বাবে সদায়েই স্মৰণীয় হৈ থাকিব৷ তেওঁ দেশলৈ বহুতো গৌৰৱ আৰু সন্মান কঢ়িয়াই আনিছিল৷ নিসন্দেহে এগৰাকী দক্ষতাসম্পন্ন হকী খেলুৱৈৰ লগতে তেওঁ মহান নিৰীক্ষকো আছিল৷ তেওঁৰ বিয়োগত দুঃখিত হৈছো৷ তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো৷

***

VRRK/SH



(Release ID: 1627166) Visitor Counter : 72