স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ আপডেটঃ স্বাস্থ্য মন্ত্ৰালয়ৰ ভুৱা অ’.এম. সন্দৰ্ভত তথ্যৰ পৰীক্ষণ

Posted On: 13 MAR 2020 7:19PM by PIB Guwahati

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নামত এক ভুৱা অ’.এম.ৰ উৰাবাতৰি প্ৰচাৰিত হৈছে৷ এই ভুৱা অ’.এম. ১৩ মাৰ্চ ২০২০ তাৰিখৰ আৰু ইয়াৰ বিষয়টো হ’ল ‘‘ৰাজ্যসমূহৰ বাবে ছুটিৰ ঘোষণা সন্দৰ্ভত স্পষ্টীকৰণ’’৷

এয়া স্পষ্ট কৰা হৈছে যে উক্ত অ’.এম.টো ভুৱা আৰু ইয়াক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰী কৰা নাই৷ এই সন্দৰ্ভত আইনৰ অধীনত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

 

*****

MV/MANN



(Release ID: 1607039) Visitor Counter : 170


Read this release in: English , Hindi , Telugu