প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জয়ন্তী উপলক্ষে সাবিত্ৰীবাই ফুলেৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 03 JAN 2020 9:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাবিত্ৰীবাই ফুলেৰ জয়ন্তী তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, সাবিত্ৰীবাই ফুলেৰ জয়ন্তীত তেওঁলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো৷ তেওঁ সামাজিক একতা, শিক্ষা আৰু মহিলা সবলীকৰণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছে৷ সামাজিক সজাগতাৰ বাবে তেওঁৰ সংগ্ৰামে দেশবাসীক সদায় প্ৰেৰণা যোগাই থাকিব৷

*****

VRRK/KP/DB


(रिलीज़ आईडी: 1601080) आगंतुक पटल : 187
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada