প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০০১ চনত সংসদত সংঘটিত আক্ৰমণৰ শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Posted On:
13 DEC 2019 3:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০০১ চনত সংসদত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, “আমি আমাৰ সংসদৰ সুৰক্ষাৰ বাবে আত্মবলিদান দিয়া সাহসী সেনা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ তেওঁলোকৰ ত্যাগক কেতিয়াও পাহৰিব নোৱাৰি৷”
***
VRRK/VJ/DB
(Release ID: 1597298)
Visitor Counter : 107