প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডঃ বাবাচাহেব আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

Posted On: 06 DEC 2019 11:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ বাবাচাহেব আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱসত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘সামাজিক ন্যায়ৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰা পূজ্য বাবাচাহেবক তেওঁৰ মহাপৰিনিৰ্বাণ দিৱসত কৌটি-কৌটি প্ৰণাম জনাইছো৷ তেওঁ সংবিধানৰ ৰূপত দেশক অদ্বিতীয় উপহাৰ প্ৰদান কৰিছিল যি আমাৰ গণতন্ত্ৰৰ আধাৰস্তম্ভস্বৰূপ৷ কৃতজ্ঞ ৰাষ্ট্ৰই সদায় তেওঁৰ ওচৰত ঋণী হৈ ৰব৷’’

***

VRRK/VJ/MANN



(Release ID: 1595829) Visitor Counter : 82