প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰদূষণ আৰু ঘূৰ্ণীবতাহক লৈ এক বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

Posted On: 05 NOV 2019 3:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰদূষণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে এক বৈঠকত অধ্যক্ষতা কৰে৷

তেওঁ লগতে পশ্চিম ভাৰতত ঘূৰ্ণীবতাহৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰো পৰ্যালোচনা কৰে৷

 

****



VRRK/KP/DB



(Release ID: 1591246) Visitor Counter : 81