প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চট পূজা উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

পোষ্ট কৰা হৈছে: 02 NOV 2019 5:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চট পূজাৰ পৱিত্ৰ উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷

“মহাপৰ্ব চট পূজাৰ পবিত্ৰ ক্ষণত দেশবাসীক মই আন্তৰিক শুভকামনা জনাইছো৷ সূৰ্যদেৱে নিজৰ শক্তি আৰু আভাৰে আমাৰ সকলোকে আলোকিত কৰিব আৰু আমাৰ দেশ সফলতা তথা সমৃদ্ধিৰ নতুন পথেৰে আগুৱাই যাব৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

****

VRRK/KP/MS


(ৰিলিজ আই ডি : 1590551) অতিথি কক্ষ : 72