প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


জন্ম বাৰ্ষিকী উপলক্ষে ড0 এ পি জে আব্দুল কালামক ভাৰতৰ ছেল্যুট

শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে


Posted On: 15 OCT 2019 10:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি 0 পি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷

এক বাৰ্তাত মোদীয়ে কয়, 0 কালামে একবিংশ শতিকাত এক শক্তিশালী আৰু আধুনিক ভাৰতৰ সপোন দেখিছিল আৰু এই সপোন পুৰণৰ বাবেই তেওঁ গোটেই জীৱন পৰিশ্ৰম কৰিলে৷ তেওঁৰ দৃষ্টান্তমূলক জীৱন প্রতিগৰাকী ভাৰতীয়ৰ বাবে প্রেৰণাৰ উৎস

***

VRRK/SH/DB



(Release ID: 1588221) Visitor Counter : 73