প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে শিক্ষক দিৱস উপলক্ষে শিক্ষক সমাজক অভিনন্দন জ্ঞাপন কৰে আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰে

Posted On: 05 SEP 2019 9:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে শিক্ষক সমাজক অভিনন্দন জনায়৷ প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক তেওঁৰ জন্ম জয়ন্তীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

শিক্ষক দিৱস উপলক্ষে মই সকলো শিক্ষকক আন্তৰিক শুভকামনা জনাইছো৷ সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা৷ মহান শিক্ষাবিদ, পৰামৰ্শদাতা ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম জয়ন্তীত তেওঁলৈ সমগ্ৰ দেশে গভীৰ শ্ৰদ্ধা নিবেদিছে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

VRRK/SH/AK/MS



(Release ID: 1584678) Visitor Counter : 51