প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্মাষ্টমী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 24 AUG 2019 9:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মাষ্টমী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, সমগ্ৰ দেশবাসীক শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জনাইছো৷ জয় শ্ৰীকৃষ্ণ৷

সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালো! ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদে আমাৰ জীৱনলৈ সুখ আৰু স্বাস্থ্য কঢ়িয়াই আনক৷ জয় শ্ৰীকৃষ্ণ!

*****

VRRK/ VJ/DB



(Release ID: 1582977) Visitor Counter : 97