কেবিনেট

কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল অব্ ইণ্ডিয়াৰ কাৰ্যালয়ত ডেপুটি কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেলৰ পদ সৃষ্টিত কেবিনেটৰ অনুমোদন প্ৰদান

Posted On: 15 APR 2019 12:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অব্ ইণ্ডিয়াৰ কাৰ্যালয়ত পেলেভেল-১৭ত ডেপুটি কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল (সমন্বয়, যোগাযোগ আৰু তথ্য ব্যৱস্থা)ৰ এটা পদ (এটা এছটিএছ পৰ্যায়ৰ পদ বিলোপ কৰি)সৃষ্টি কৰিবলৈ অনুমোদন প্ৰদান কৰিছে৷

ডেপুটি কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলে ইণ্ডিয়ান অডিট এণ্ড একাউণ্টছ ডিপাৰ্টমেণ্ট (আইএএণ্ডএডি)ৰ অন্তৰ্গত ৰাজ্যিক অডিট, যোগাযোগৰ অডিট আৰু বিভিন্ন তথ্য ব্যৱস্থাপনা (আইএছ) চোৱাচিতা কৰিব৷

এই পদ সৃষ্টিৰ ব্যয় হব ২১ লাখ টকা (আনুমানিক)

*****

AKT/SH/MANN



(Release ID: 1571079) Visitor Counter : 83