ক্ৰমিকনং
|
সহযোগিতাক্ষেত্ৰ
|
বুজাবুজিচুক্তি / চুক্তি / সন্ধিৰনাম
|
আৰ্জেণ্টিনাৰহৈস্বাক্ষৰকাৰীৰনাম
|
ভাৰতৰহৈস্বাক্ষৰকাৰীৰনাম
|
১
|
প্ৰতিৰক্ষা
|
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু আৰ্জেণ্টিনাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত বুজাবুজি চুক্তি
|
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী
|
ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ
|
২
|
পৰ্যটন
|
পৰ্যটনক্ষেত্ৰতসহযোগিতাৰবাবেভাৰতআৰুআৰ্জেণ্টিনাৰমাজতবুজাবুজিচুক্তি
|
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী
|
ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ
|
৩
|
সম্প্ৰচাৰবিষয়বস্তু
|
প্ৰসাৰ ভাৰতী, ভাৰত আৰু আৰ্জেণ্টিনাৰ ফেডাৰেল ছিষ্টেম অৱ মিডিয়া এণ্ড পাব্লিক কনটেণ্টৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ বাবে বুজাবুজিচুক্তি
|
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী
|
ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ
|
৪
|
ফাৰ্মাচিউটিকেলছ
|
ভাৰত চৰকাৰৰ চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যন আৰু আৰ্জেণ্টিনাৰ নেশ্যনেল এডমিনিষ্ট্ৰেশ্যন অৱ ড্ৰাগছ, ফুড এণ্ড মেডিকেল টেকন’ল’জীৰ মাজত ফাৰ্মাছিউটিকেলছ সন্দৰ্ভত বুজাবুজিচুক্তি
|
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী
|
ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ
|
৫
|
এণ্টাৰ্কটিকা
|
আৰ্জেণ্টিনা চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ৱৰ্শ্বিপ অৱ দ্য আৰ্জেণ্টাইন ৰিপাব্লিক আৰু ভাৰতৰ ভু বিজ্ঞান মন্ত্ৰালয়ৰ মাজত এণ্টাৰ্কটিক সহযোগিতা সন্দৰ্ভতবুজাবুজিচুক্তি
|
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী
|
ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ
|
৬
|
কৃষি
|
ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু আৰ্জেণ্টিনাৰ উত্পাদন আৰু শ্ৰমিক মন্ত্ৰালয়ৰ মাজত ২০১০ চনত স্বাক্ষৰিত চুক্তি সন্দৰ্ভত কাৰ্যপন্থা নিৰ্ধাৰণ
|
লুইছমিগুৱেলএচেভেৰে, সচিব, কৃষিউদ্যোগ
|
সঞ্জয়আগৰৱাল, সচিব, কৃষি
|
৭
|
কৃষি
|
ভাৰতীয় কৃষি গৱেষণা পৰিষদআৰু আৰ্জেণ্টিনাৰ উত্পাদন আৰু শ্ৰমিক মন্ত্ৰালয়ৰ অধীনৰ ৰাজ্যিক কৃষি উদ্যোগ সচিবৰ মাজত ২০০৬ চনত স্বাক্ষৰিত চুক্তি সন্দৰ্ভত ২০১৯-২১ চনৰ বাবে কাৰ্যপন্থা নিৰ্ধাৰণ
|
লুইছমিগুৱেলএচেভেৰে, সচিব, কৃষিউদ্যোগ
|
সঞ্জয়আগৰৱাল, সচিব, কৃষি
|
৮
|
আইচিটি
|
তথ্য আৰু যোগাযোগ প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত চৰকাৰৰ তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰ’নিক্স বিভাগ আৰু আৰ্জেণ্টিনাৰ আধুনিকীকৰণ দপ্তৰৰ চৰকাৰী সচিবৰ মাজত হোৱা যুটীয়া ঘোষণা
|
ড. আন্দ্ৰেছআইবাৰা, সচিব, আধুনিকীকৰণ
|
বিজয়ঠাকুৰসিং, সচিব (পূৱ), বাহ্যিকপৰিক্ৰমামন্ত্ৰালয়
|
৯
|
অসামৰিকনিউক্লীয়েৰ
|
ভাৰতৰগ্লোবেলচেণ্টাৰফৰনিউক্লীয়েৰএনাৰ্জীপাৰ্টনাৰশ্বিপ(জিচিএনইপি) আৰুআৰ্জেণ্টিনাৰশক্তিসচিবালয়ৰচিএনইএৰমাজতবুজাবুজিচুক্তি
|
ওছভাল্ডোকালজেটাল’ৰি, চিএনইএ, অধ্যক্ষ
|
সঞ্জীৱৰঞ্জন, ভাৰতৰআৰ্জেণ্টিনাস্থিতৰাষ্ট্ৰদূত
|
১০
|
তথ্য-প্ৰযুক্তিবুদ্ধিমত্তাকেন্দ্ৰ
|
তথ্য-প্ৰযুক্তিৰবাবেভাৰত-আৰ্জেণ্টিনাৰএকবুদ্ধিমত্তাকেন্দ্ৰস্থাপনৰচুক্তি
|
জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী
|
সঞ্জীৱৰঞ্জন, ভাৰতৰআৰ্জেণ্টিনাস্থিতৰাষ্ট্ৰদূত
|