কেবিনেট

পৰ্যটনক লৈ ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত চুক্তিবদ্ধ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 13 FEB 2019 9:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে পৰ্যটনক লৈ ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত চুক্তিবদ্ধ বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷

এই চুক্তিয়ে পৰ্যটন খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে এক প্ৰতিষ্ঠানগত ব্যৱস্থা গঢ় দিয়াৰ ক্ষেত্ৰত দুয়োখন দেশক সহায় কৰিব৷

***

AKT/MS



(Release ID: 1564428) Visitor Counter : 85