প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


শক্তি সুৰক্ষা খণ্ডলৈ উদগনি

গাণ্টুৰত উপস্থিত প্ৰধানমন্ত্ৰী, দেশবাসীৰ প্ৰতি উছৰ্গা ১.৩৩ এমএমটি বিশাখাপট্টনম এছপিআৰ ব্যৱস্থা

উদ্বোধন কৰিলে বিপিচিএল কোষ্টেল ইনষ্টলেশ্যন প্ৰকল্প আৰু অ’এনজিচিৰ এছ১ বশিষ্ঠ

Posted On: 10 FEB 2019 1:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ গাণ্টুৰ ভ্ৰমণ কৰে আৰু তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰকল্প মুকলি কৰা এই অনুষ্ঠানত অন্ধ্ৰপ্ৰদেশআৰু তেলেংগানাৰ ৰাজ্যপাল শ্ৰী ই এছ এল নৰসিংহ আৰু কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা অসামৰিক বিমা পৰিবহন মন্ত্ৰী শ্ৰী সুৰেশ প্ৰভূও উপস্থিত থাকে।

দেশৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা খণ্ডলৈ এক ক্ষীপ্ৰতা আনিবৰ উদ্দেশ্য আগত ৰাখি ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ লিমিটেড (আইএছপিআৰএল)ৰ অধীনত নিৰ্মাণ কৰি উলিওৱা এই ১.৩৩ এমএমটি বিশাখাপট্টনম ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ দেশবাসীৰ প্ৰতি উছৰ্গা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে এই সমগ্ৰ প্ৰকল্পটো নিৰ্মাণৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ হৈছে ১১২৫ কোটি টকা। সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ আণ্ডাৰগ্ৰাউণ্ড ষ্টোৰেজ কম্পাৰ্টমেণ্ট (ভুগৰ্ভত পেট্ৰলিয়াম মজুতকৰণ ভাণ্ডাৰ)ৰ সুবিধা থকা প্ৰকল্পই হৈছে এই প্ৰকল্প।

প্রধানমন্ত্রীয়ে কৃষ্ণপটনম ভাত পেট্রলিয়াম কর্পৰেশ্যন লিমিটেড কোষ্টেইনষ্টলেশ্যনপ্ৰকল্পৰো আধাৰশিলা মুকলি কৰিব। ১০০ একৰভূমিত নিৰ্মাণ হবলগীয়া এই প্রকল্প নির্মাণ ব্যয় হব ৫৮০ কোটি টকা। ২০২০ চনৰৱেম্বৰমাহত এই প্রকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হব। সম্পূর্ণ স্বয়ংক্রিয় আৰু দেশীয় প্রযুক্তিৰেপ্ৰস্তুত কৰা কোষ্টেলনষ্টলেশ্যন প্ৰকল্পটো আৰম্ভ হলে অন্ধ্রপ্রদেশ পেট্রলিয়ামজাত সামগ্রী সম্পূর্ণ সুক্ষিত থাকিব।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001QI9K.jpg

গেছভিত্তিক অর্থনীতিক অধিক শক্তিশালী কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৃষ্ণা গোদাবৰী অবাহিকা এনজিচি--বশিষ্ট উন্নয়ন প্ৰকল্পটো দেশৰ প্ৰতি উছৰ্গা কৰে। এই প্রকল্প নিৰ্মাণৰ ক্ষেত্ৰতহবলগীয়া ব্যয়ৰ পৰিমাণ হৈছে ৫ হাজা ৭০০ কোটি টকা। এই প্রকল্প ফল, আগন্তুক ২০২০ চনৰ ভিতৰতদেশলৈ তেল আমদানি ১০ শতাংশ হ্ৰাস কৰাৰ প্রধানমন্ত্রীয়ে কৰি ৰখা পৰিকল্পনা  ফলপ্ৰসূ হব।

****

AKT/KP/RD


(Release ID: 1564182)