প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীক কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ষ্টীফেন হাৰ্পাৰৰ সাক্ষাৎ

Posted On: 08 JAN 2019 7:34PM by PIB Guwahati

ভাৰতত ৰাইছিনা ডাইলগত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতলৈ অনা কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ষ্টীফেল হাৰ্পাৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষা কৰে৷

দুয়োগৰাকী নেতাই ভাৰত-কানাডাৰ সম্বন্ধৰ বিকাশ, প্ৰধান বিশ্বজনীন ব্যৱস্থা আৰু সহযোগিতা সন্দৰ্ভত মতামত বিনিময় কৰে৷

***

AKT/VJ/SK/MANN



(Release ID: 1559756) Visitor Counter : 68