প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম তিথিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে

Posted On: 19 NOV 2018 10:13AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ জন্ম তিথিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷

‘‘ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ জন্ম তিথিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছোঁ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/SH /MANN



(Release ID: 1553859) Visitor Counter : 60