প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দিপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰবাসীক জনালে শুভেচ্ছা

Posted On: 07 NOV 2018 9:54AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ৰাষ্ট্ৰবাসীক দিপাৱলী উলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷

‘‘দিপাৱলীৰ শুভেচ্ছা! এই উত্সৱে আপোনালোক সকলোৰে জীৱনলৈ সুখ, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক৷ সুখ আৰু প্ৰকাশৰ শক্তি প্ৰজ্বলিত হওক,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/SH/MANN



(Release ID: 1552075) Visitor Counter : 73