প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ধনটেৰাছ উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 05 NOV 2018 12:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনটেৰাছ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ধনটেৰাছৰ পবিত্ৰক্ষণত দেশবাসীক আন্তৰিক শুভকামনা জনাইছো৷ ভগৱান ধনন্তৰিয়ে আমাক সকলোকে সুখ, সমৃদ্ধি আৰু সু-স্বাস্থ্য প্ৰদান কৰে, তাকে কামনা কৰিছো৷

****

AKT/KP/DB



(Release ID: 1551899) Visitor Counter : 65