প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কানাডাৰ বিৰোধী দলৰ নেতা এণ্ড্ৰিউ শ্বীয়েৰক প্ৰধানমন্ত্ৰী সাক্ষাৎ

Posted On: 09 OCT 2018 4:55PM by PIB Guwahati

কানাডাৰ কনজাৰভেটিভ পাৰ্টীৰ নেতা তথা বিৰোধী দলৰ নেতা এণ্ড্ৰিউ শ্বীয়েৰক আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰে৷

২০১৫ চনত প্ৰধানমন্ত্ৰীয়ে কৰা কানাডা ভ্ৰমণৰ কথা সোঁৱৰণ কৰি দুয়োখন দেশৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক সৱলীকৰণ কৰাৰ বিষয়ে গুৰুত্ব প্ৰদান কৰে৷

শ্বীয়েৰে দুয়োখন দেশৰ মাজত বন্ধুত্বমূলক সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে শ্বীয়েৰক ভাৰতত তেওঁৰ ভ্ৰমণকাল ৭ তাৰিখৰ পৰা ১৩ অক্টোবৰ তাৰিখলৈ আৰামদায়ক ভ্ৰমণ হোৱাটো কামনা কৰে৷

***

AKT/SH/MANN



(Release ID: 1549111) Visitor Counter : 35