প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাষ্ট্ৰৰ বাছ দূৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 28 JUL 2018 4:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত সংঘটিত বাছ দূৰ্ঘটনাত নিহত যাত্ৰীসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত সংঘটিত বাছ দূৰ্ঘটনাৰ বাবে মই অত্যন্ত দুখিতঃ৷ নিহত যাত্ৰীসকলৰ প্ৰতি মই গভীৰ শোক ব্যক্ত কৰিছো৷”, প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS



(Release ID: 1540607) Visitor Counter : 45