প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০ অনূৰ্ধ্ব বিশ্ব চেম্পিয়নশ্বিপৰ ছোৱালীৰ ৪০০মিটাৰ দৌৰত স্বৰ্ণ জয় কৰাৰ বাবে হিমা দাসক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 13 JUL 2018 10:49AM by PIB Guwahati

২০ অনূৰ্ধ্ব বিশ্ব চেম্পিয়নশ্বিপৰ ছোৱালীৰ ৪০০মিটাৰ দৌৰত স্বৰ্ণ জয় কৰাৰ বাবে দৌৰবিদ হিমা দাসক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, যিগৰাকীয়ে ২০ অনূৰ্ধ্ব বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০মিটাৰত ঐতিহাসিক স্বৰ্ণ পদক জয় কৰাৰ বাবে দৌৰবিদ হিমা দাসক লৈ ভাৰতবাসী আনন্দিত হোৱাৰ লগতে গৌৰৱান্বিত হৈছেতেওঁক অভিনন্দন জনাইছো! তেওঁৰ এই সাধনাই নিশ্চিতভাৱে অনাগত দিনত যুৱ খেলুৱৈসকলক প্ৰেৰণা যোগাব।

****

AKT/KP/DB



(Release ID: 1538573) Visitor Counter : 71