প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব নতুন দিল্লীত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মুখ্য কাৰ্যালয়

Posted On: 11 JUL 2018 5:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জুলাই, ২০১৮ত নতুন দিল্লীত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মুখ্য কাৰ্যালয়ৰ ভৱন উদ্বোধন কৰিব।

নতুন মুখ্য কাৰ্যালয়টো শক্তি সক্ষম পোহৰ আৰু বৰষুণৰ পানী সংগ্ৰহকে ধৰি অত্যাধূনিক সা-সুবিধাৰে সু-সজ্জিতকৈ নিৰ্মাণ কৰা হৈছে। এই কাৰ্যালয়টোত ১.৫ লাখ গ্ৰন্থ আৰু আলোচনী ৰাখিব পৰাকৈ এটা কেন্দ্ৰীয় প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়ো থাকিব।

***

AKT/HS/DB



(Release ID: 1538405) Visitor Counter : 53