কেবিনেট

ভাৰত আৰু পেৰুৰ মাজৰ চুক্তি কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 13 JUN 2018 6:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ২০১৮ৰ মেত পেৰুৰ লিমাত ভাৰত আৰু পেৰুৰ মাজত স্বাক্ষৰিত চুক্তিত অনুমোদন জনায়।

এক সহযোগিতামুলক প্ৰতিষ্ঠানগত সম্পৰ্কৰ ভিত্তিত আৰু নব্য আৰু নবীকৰণযোগ্য বিষয়ত গুণাগুণ তথা পাৰস্পৰিক লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি কাৰিকৰী দ্বিপাক্ষিক সহযোগিতা প্ৰসাৰ ঘটোৱাই এই চুক্তিৰ লক্ষ্যএই চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উন্নয়নমুলক কামৰ পৰিকল্পনাৰ কৰিবলৈ এখন যুটীয়া কমিটী গঠন কৰা হব।

চুক্তিখনে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাত সহায় কৰিব।

*****

AKT/VBA/DB


(ৰিলিজ আই ডি : 1535738) অতিথি কক্ষ : 132
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Gujarati , Tamil , Malayalam