কেবিনেট

ভাৰত আৰু ৰাছিয়াৰ মাজত যুটীয়াভাৱে ডাক টিকট প্ৰকাশত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 06 JUN 2018 3:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতৰ ডাক বিভাগ আৰু ৰাছিয়াৰ ডাক বিভাগৰ মাজত ডাক ব্যৱস্থাৰ সহযোগিতা স্থাপন আৰু ডাক টিকট মুকলিৰ ক্ষেত্ৰত পাৰস্পৰিক লাভালাভজনিত বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ যুটীয়াভাৱে ডাক টিকট প্ৰকাশৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰা বুলি অৱগত কৰে।

ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক দৃঢ় কৰাৰ ক্ষেত্রত পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহ আদান-প্রদান আৰু শক্তিশালী কৰা আৱশ্যক। এইক্ষেত্রত ভাৰত আৰু ৰাছিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক বিষয়ক সকলো ক্ষেত্রতে এখনে আনখনক সহযোগিতা আগবঢ়োৱা আৱশ্যক হৈ পৰিছে।

*****

AKT/VBA/SH/DB


(रिलीज़ आईडी: 1534996) आगंतुक पटल : 110
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Gujarati , Tamil , Telugu , Kannada , Malayalam