প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাছিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
পোষ্ট কৰা হৈছে:
20 MAY 2018 5:14PM by PIB Guwahati
নিম্নোলিখিত বক্তব্য ৰাছিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰেছ বিবৃতিৰ লিখিত ৰূপ।
“বন্ধুত্বসুলভ ৰাছিয়াবাসীক শুভেচ্ছা জনাইছো। কাইলৈ মই ছোচি ভ্ৰমণলৈ যাম আৰু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠকত মিলিত হ’ম। তেওঁৰ সৈতে হোৱা সাক্ষাতে মোক সদায় আনন্দ দিয়ে।
ৰাষ্ট্রপতি পুটিনৰ সৈতে হ’বলগীয়া বৈঠকে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ গৌৰৱপূৰ্ণ ৰাজনৈতিক কৌশলগত সহযোগিতা আৰু অধিক শক্তিশালী কৰি তুলিব বুলি মোৰ বিশ্বাস।”
***
AKT/SH/DB
(ৰিলিজ আই ডি : 1533937)
অতিথি কক্ষ : 77