প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাত সংঘটিত নাও দূৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 15 MAY 2018 10:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাত সংঘটিত নাও দূৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাত সংঘটিত নাও দূৰ্ঘটনাৰ সংবাদে মোক ব্যথিত কৰিছে৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু হেৰাই থকা যাত্ৰীসকলৰ জীৱনৰক্ষাৰ বাবে প্ৰাৰ্থনা জনাইছো৷"—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS



(Release ID: 1532217) Visitor Counter : 39