প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নভৰোজ উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 21 MAR 2018 10:30AM by PIB Guwahati

নভৰোজ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, পাৰ্চি সম্প্ৰদায়ক নভৰোজৰ শুভেচ্ছা জনাইছো! অনাগত বৰ্ষই সকলোৰে সুখ আৰু সংহতিৰ বাৰ্তা বহন কৰক। সকলোৰে আশা-আকাংক্ষাসমূহ পুৰণ হওঁক, তাৰ বাবে মই ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।

***

AKT/HS/DB



(Release ID: 1525801) Visitor Counter : 82