কেবিনেট

ভাৰত আৰু জৰ্দানৰ মাজত খনিজ ক্ষেত্ৰত আৰু ৰক ফছফেট আৰু এম অ’ পি তথা ফছফৰিক এচিড/ডি এ পি/ এন পি কে সাৰৰ সুবিধা গঢ়ি তুলিবৰ বাবে বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 28 FEB 2018 6:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু জৰ্দানৰ মাজত খনিজ ক্ষেত্ৰত আৰু ৰক ফছফেট আৰু এম অ পি তথা ফছফৰিক এচিড/ডি এ পি/ এন পি কে সাৰৰ সুবিধা গঢ়ি তুলিবৰ বাবে বুজাবুজিৰ দীৰ্ঘম্যাদী তথা ভাৰতে ১০০% ফল লাভ কৰিবলগীয়া চুক্তিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

এই চুক্তিয়ে কেঁচামালৰ যোগান, প্ৰয়োজনীয় সামগ্ৰীৰ যোগান তথা উচিত দৰত দেশত পি এণ্ড কে সাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো সুনিশ্চিত কৰিব।

****

AKT/VBA/PRK



(Release ID: 1523426) Visitor Counter : 58