প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সৎসংগ আৰু ভক্তিৰ আধ্যাত্মিক প্ৰশান্তিৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 27 NOV 2026 9:18AM by PIB Guwahati

গুণী লোকৰ সংগই অনুপ্ৰেৰণামূলক আলোচনাৰ উন্মেষ ঘটোৱাৰ লগতে কেনেদৰে অন্তৰলৈ তথা শ্ৰৱণৰ আনন্দ কঢ়িয়াই আনে, ক্ৰমান্বয়ে মুক্তিৰ পথত বিশ্বাস, অনুৰাগ আৰু প্ৰকৃত ভক্তিক লালন-পালন কৰে সেই সম্পৰ্কীয় এটা সংস্কৃত হিতোপদেশ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

"सतां प्रसङ्गान्मम वीर्यसंविदो
भवन्ति हृत्कर्णरसायना: कथा: ।

तज्जोषणादाश्वपवर्गवर्त्मनि
श्रद्धा रतिर्भक्तिरनुक्रमिष्यति॥"

 

***

NKRM/SS/SS/HS


(ৰিলিজ আই ডি : 2342410) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Telugu , Malayalam