প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী ৰামৰাও ৱাদকুটেজীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 22 NOV 2026 12:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ সাংসদ শ্ৰী ৰামৰাও ৱাদকুটেজীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে শ্ৰী ৰামৰাও ৱাদকুটেজীয়ে সমাজলৈ আগবঢ়োৱা সেৱা আৰু দৰিদ্ৰ তথা নিপীড়িত লোকসকলৰ বাবে তেওঁৰ উল্লেখযোগ্য অৱদান সদায়ে স্মৰণীয় হৈ থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে পোষ্ট কৰিছে;

ৰাজ্যসভাৰ সাংসদ শ্ৰী ৰামৰাও ৱাদকুটেজীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো। সমাজলৈ আগবঢ়োৱা অৱদান আৰু দৰিদ্ৰ তথা নিপীড়িত লোকসকলৰ সেৱাত গুৰুত্ব আৰোপ কৰাৰ বাবে তেওঁক সদায়ে স্মৰণ কৰা হ’ব। মহাৰাষ্ট্ৰত বিজেপিক শক্তিশালী কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাও সমানেই উল্লেখযোগ্য। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।

राज्यसभा खासदार श्री रामराव वडकुते जी यांच्या निधनाचे वृत्त ऐकून अतिशय दुःख झाले. समाजसेवेतील त्यांचे योगदान तसेच गरीब आणि वंचित घटकांच्या सेवेसाठी त्यांनी दिलेले प्राधान्य यासाठी त्यांचे सदैव स्मरण केले जाईल. महाराष्ट्रात भाजप पक्ष संघटना बळकट करण्यासाठी त्यांनी केलेले प्रयत्नही तितकेच उल्लेखनीय होते. या दुःखद प्रसंगी त्यांच्या कुटुंबीयांच्या आणि चाहत्यांच्या दुःखात मी सहभागी आहे. ओम शांती.

***

MJPS/SS/VJ/SS/MK


(ৰিলিজ আই ডি : 2339908) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Malayalam