বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

আসন্ন উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাজ্যসমূহক মূলধনী ব্যয় ত্বৰান্বিত কৰাৰ লগতে তেওঁলোকৰ উন্নয়ন তথা কল্যাণমূলক ব্যয়সমূহ বহন কৰিবলৈ সক্ষম কৰি তোলাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ নিয়মিত কৰ হস্তান্তৰৰ অংশ হিচাপে আগতীয়াকৈ ₹১,০৯,০১৯ কোটি মুকলি কৰি দিছে

পোষ্ট কৰা হৈছে: 05 NOV 2026 5:43PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে ২০২৬ চনৰ ৫ নৱেম্বৰত ৰাজ্য চৰকাৰসমূহলৈ নিয়মিত কৰ হস্তান্তৰৰ কিস্তি হিচাপে ১,০৯,০১৯ কোটি টকা মুকলি কৰি দিছে।

আগন্তুক উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণতে ২০২৬ চনৰ ১০ নৱেম্বৰত মুকলি কৰিবলগীয়া এই মাহেকীয়া কিস্তিটো আগুৱাই আনি ২০২৬ চনৰ ৫ নৱেম্বৰতেই মুকলি কৰা হৈছে।

মুকলি কৰা ধনৰ ৰাজ্যভিত্তিক বিভাজন তলৰ তালিকাত উল্লেখ কৰা হ’ল:

ক্ৰমিক নং

ৰাজ্যৰ নাম

মুঠ ( কোটি টকাত)

১

অন্ধ্ৰ প্ৰদেশ

৪৫৯৭

২

অৰুণাচল প্ৰদেশ

১৪৭৬

৩

অসম

৩৫৫২

৪

বিহাৰ

১০৮৪৫

৫

ছত্তীশগড়

৩৬০২

৬

গোৱা

৩৯৮

৭

গুজৰাট

৪০৯৪

৮

হাৰিয়ানা

১৪৮৪

৯

হিমাচল প্ৰদেশ

৯৯৬

১০

ঝাৰখণ্ড

৩৬৬০

১১

কৰ্ণাটক

৪৫০৪

১২

কেৰালা

২৫৯৭

১৩

মধ্যপ্ৰদেশ

৮০১০

১৪

মহাৰাষ্ট্ৰ

৭০২২

১৫

মণিপুৰ

৬৮২

১৬

মেঘালয়

৬৮৮

১৭

মিজোৰাম

৬১৫

১৮

নাগালেণ্ড

৫২৪

১৯

ওড়িশা

৪৮১৯

২০

পঞ্জাব

২১৭৬

২১

ৰাজস্থান

৬৪৬০

২২

ছিক্কিম

৩৬৫

২৩

তামিলনাডু

৪৪৬৬

২৪

তেলেংগানা

২৩৭০

২৫

ত্ৰিপুৰা

৬৯৯

২৬

উত্তৰ প্ৰদেশ

১৯২০৮

২৭

উত্তৰাখণ্ড

১২৪৪

২৮

পশ্চিমবংগ

৭৮৬৬

 

****

KT/KMN/MM


(ৰিলিজ আই ডি : 2333379) অতিথি কক্ষ : 8