পোষ্ট কৰা হৈছে:
02 NOV 2026 2:27PM by PIB Guwahati
ওড়িশাৰ ৰাজ্যপাল শ্ৰী ব্ৰজ মোহন ৰামে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
ওড়িশাৰ ৰাজ্যপাল শ্ৰী ব্ৰজ মোহন ৰামে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@GovernorOdisha
****
MJPS/SS/VJ/NB