প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ দিল্লীৰ উপ-ৰাজ্যপালৰ

পোষ্ট কৰা হৈছে: 15 OCT 2026 1:38PM by PIB Guwahati

দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী তৰণজিৎ সিং সান্ধুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;

"দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী @SandhuTaranjitS-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে @LtGovDelhi।”

3333333333333333333333333333333333333333333333333

*****

MJPS/SS/ST/HS


(ৰিলিজ আই ডি : 2323835) অতিথি কক্ষ : 7