বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ বাবে সামগ্ৰীৰ অস্থায়ী পাইকাৰী মূল্য সূচক, উৎপাদকসকলৰ বিক্ৰী মূল্য সূচক, উৎপাদন উপাদানৰ পৰীক্ষামূলক ক্ৰয় মূল্য সূচক আৰু ২০২৬ চনৰ জুলাই মাহৰ বাবে চূড়ান্ত সূচক

২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ পাইকাৰী মূল্য সূচকৰ সাময়িক অনুমান (আধাৰ বছৰ ২০২২-২৩)

পোষ্ট কৰা হৈছে: 14 OCT 2026 12:00PM by PIB Guwahati

১. ২০২৬ চনৰ ছেপ্টেম্বৰৰ বাবে ডব্লিউ পি আই (আধাৰ বছৰ ২০২২-২৩) ৰ মূল গুৰুত্বপূৰ্ণ দিশসমূহ

 

 ক. ২০২৬ চনৰ আগষ্ট মাহৰ ৯.৯২ শতাংশৰ তুলনাত ২০২৬ চনৰ ছেপ্টেম্বৰৰ বাবে সৰ্বভাৰতীয়       পাইকাৰী মূল্য সূচক (ডব্লিউ পি আই) মুদ্ৰাস্ফীতি হৈছে বছৰি  ১১.৩৯ শতাংশ। ২০২৬ চনৰ আগষ্ট মাহত সকলো সামগ্ৰীৰ সূচকাংক ১১০.৮ থকাৰ পৰিবৰ্তে ছেপ্টেম্বৰ মাহত এই সূচকাংক ১১২.৫ ।

 

খ. ২০২৬ চনৰ আগষ্ট মাহত প্ৰাথমিক সামগ্ৰী, ইন্ধন আৰু শক্তি, আৰু উৎপাদিত সামগ্ৰীৰ দৰে প্ৰধান গোটসমূহৰ মুদ্ৰাস্ফীতিৰ বছৰি হাৰ ৭.৭৬ শতাংশ, ২২.৯৩ শতাংশ আৰু ৮.৩৭ শতাংশ হোৱাৰ বিপৰীতে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত এই হাৰ ক্ৰমে  ৮.৬৭ শতাংশ, ২৫.৮৫ আৰু ৯.৭৬ শতাংশ। ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত প্ৰাথমিক সামগ্ৰী, ইন্ধন আৰু শক্তি তথা উৎপাদিত সামগ্ৰীৰ সূচকাংক ক্ৰমে  ১২০.৩, ১১০.৫ আৰু ১১০.২  হোৱাৰ বিপৰীতে ২০২৬ চনৰ আগষ্টত এই হাৰ আছিল ক্ৰমে ১১৮.১, ১০৮.৩ আৰু ১০৮.৮।

গ. ২০২৬ চনৰ ছেপ্টেম্বৰত বিভিন্ন গোটৰ ভিতৰত, 'খনিজ তেল (পেট্ৰ'লিয়াম সামগ্ৰী থকা)','খাদ্য সামগ্ৰী', 'অপৰিশোধিত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ', 'কয়লা আৰু লিগনাইট', 'মৌলিক ধাতুৰ উৎপাদন','ৰাসায়নিক আৰু ৰসায়নজাত সামগ্ৰীৰ উৎপাদন', 'বস্ত্ৰৰ উৎপাদন', 'ৰবৰ আৰু প্লাষ্টিক সামগ্ৰীৰ উৎপাদন' আৰু 'বৈদ্যুতিক সঁজুলিৰ উৎপাদন'-এ ডব্লিউ পি আই মুদ্ৰাস্ফীতিত অৰিহণা যোগাইছে।

 

 ঘ. ডব্লিউ পি আই খাদ্য সূচক (ওজন=২৪.৯৯ শতাংশ): খাদ্য সূচকত প্ৰাথমিক সামগ্ৰীৰ প্ৰধান গোটৰ 'খাদ্য সামগ্ৰী' আৰু উৎপাদিত সামগ্ৰীৰ প্ৰধান গোটৰ 'খাদ্য সামগ্ৰীৰ প্ৰস্তুতকৰণ' অন্তৰ্ভুক্ত থাকে। ইয়াৰ জৰিয়তে ২০২৬ চনৰ আগষ্ট মাহৰ ৭.০৫ শতাংশৰ তুলনাত ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত বছৰি ৮.৬৬ শতাংশৰ মুদ্ৰাস্ফীতি পৰিলক্ষিত হয়।

ঙ. সকলো সামগ্ৰী আৰু মুখ্য গোটৰ বাবে মাহিলী সূচক আৰু মুদ্ৰাস্ফীতিৰ হাৰ (শতাংশত), তথা বিগত মাহকেইটাৰ মুখ্য গোট অনুসৰি বৰঙণি তলত দিয়া তালিকাত উল্লেখ কৰা হৈছে।

 

তালিকা ১: সকলো সামগ্ৰীৰ বাবে ডব্লিউ পি আই সূচক আৰু মুদ্ৰাস্ফীতিৰ হাৰ

 

তালিকা ২: মুখ্য গোটসমূহৰ ডব্লিউ পি আই সূচক

তালিকা ৩: প্ৰধান গোটসমূহত মুদ্ৰাস্ফীতিৰ হাৰ

তালিকা ৪: মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত প্ৰধান গোট অনুসৰি অৱদান

২. অস্থায়ী সূচকাংকৰ তুলনাত ২০২৬ চনৰ জুলাই মাহৰ চূড়ান্ত সূচকাংক ১১০.০-ত স্থিৰ হৈ আছে। সেই অনুসৰি, ২০২৬ চনৰ জুলাই মাহৰ বাবে ডব্লিউ পি আই মুদ্ৰাস্ফীতিৰ হাৰো ৯.৭৮ শতাংশত (চূড়ান্ত) স্থিৰ হৈ আছে।

৩. ২০২৬ চনৰ জুলাই মাহৰ বাবে ডব্লিউ পি আই-ৰ চূড়ান্ত সূচক (আধাৰ বছৰ ২০২২-২৩) ৯৮.৯৭ শতাংশৰ প্ৰকৃত সঁহাৰিৰ হাৰৰ সৈতে সংকলিত কৰা হৈছে।

৪. ২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ বাবে ডব্লিউ পি আই-ৰ অস্থায়ী সূচক (আধাৰ বছৰ ২০২২-২৩) ৮৩.৪ শতাংশৰ প্ৰকৃত সঁহাৰিৰ হাৰৰ সৈতে সংকলিত কৰা হৈছে।

৫. যোৱা ছয় মাহৰ বাবে সকলো সামগ্ৰী, মুখ্য গোট আৰু গোটৰ পাইকাৰী মূল্য সূচক তথা বছৰে বছৰে (YoY) মুদ্ৰাস্ফীতিৰ হাৰ ক্ৰমে সংযুক্তি-১ আৰু ২-ত দিয়া হৈছে।

৬. বিত্তীয় বৰ্ষ ২০২৩-২৪, বিত্তীয় বৰ্ষ ২০২৪-২৫, বিত্তীয় বৰ্ষ ২০২৫-২৬ আৰু বিত্তীয় বৰ্ষ ২০২৬-২৭ ৰ বাবে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ সকলো সামগ্ৰী, মুখ্য গোট আৰু গোটৰ বাবে সঞ্চিত ডব্লিউ পি আই সংযুক্তি-৩ ত দিয়া হৈছে।

৭. বিত্তীয় বৰ্ষ ২০২৪-২৫, বিত্তীয় বৰ্ষ ২০২৫-২৬ আৰু বিত্তীয় বৰ্ষ ২০২৬-২৭ ৰ বাবে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ সকলো সামগ্ৰী, মুখ্য গোট আৰু গোটৰ বাবে মুঠ বছৰি মুদ্ৰাস্ফীতিৰ হাৰ সংযুক্তি-৪ত দিয়া হৈছে।

৮. ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৬ চনৰ ছেপ্টেম্বৰলৈকে ডব্লিউ পি আই (ভিত্তি বছৰ ২০২২-২৩) শৃংখলাৰ সৈতে সম্পৰ্কিত সামগ্ৰী অনুসৰি তথ্য (https://eaindustry.nic.in/download_data_2223.asp) ত উপলব্ধ।

৯. এটা বিশেষ মাহৰ বাবে ডব্লিউ পি আই, অ’ পি পি আই আৰু পৰীক্ষামূলক আই পি পি আই-ৰ অস্থায়ী সূচকসমূহ পৰৱৰ্তী মাহৰ ১৪ তাৰিখে (যদি ই এটা কৰ্মদিন হয়, অন্যথা পৰৱৰ্তী কৰ্ম দিৱসত)প্ৰকাশ কৰা হয় । সেই অনুসৰি, ২০২৬ চনৰ অক্টোবৰ মাহৰ বাবে ডব্লিউ পি আই, আউটপুট পি পি আই আৰু পৰীক্ষামূলক ইনপুট পি পি আই ২০২৬ চনৰ ১৬ নৱেম্বৰ সোমবাৰে মুকলি কৰা হ'ব ।

 

 

সংযুক্তি-১

বিগত ছয় মাহত সকলো সামগ্ৰী, মুখ্য গোট আৰু গোটৰ বাবে ডব্লিউ পি আই

গোট/মুখ্য গোটসমূহ

 

পণ্যৰ ওজন

এপ্ৰিল-২৬
(চূড়ান্ত)

মে’-২৬
(চূড়ান্ত)

জুন-২৬
(চূড়ান্ত)

জুলাই-২৬
(চূড়ান্ত

আগষ্ট-২৬
(চূড়ান্ত)

চেপ্টেম্বৰ-২৬
(চূড়ান্ত)

সকলো পণ্য সামগ্ৰী

১০০.০০০০০

১০৮.৯

১১০.১

১১০.৩

১১০.০

১১০.৮

১১২.৫

১।প্ৰাথমিক সামগ্ৰীসমূহ

২২.৭৫৭৩০

১১২.৮

১১৪.০

১১৬.১

১১৭.৩

১১৮.১

১২০.৩

(ক)খাদ্য সামগ্ৰীসমূহ

১৫.৯৭৮৩৫

১১৪.২

১১৫.১

১১৭.২

১১৮.২

১১৯.৩

১২২.২

(খ). অন্যান্য সামগ্ৰীসমূহ (Non-Food )

৫.৫২৮৪১

১০৭.৬

১০৯.১

১১১.০

১১২.৬

১১৩.৩

১১৩.৭

(গ). খনিজাত সামগ্ৰীসমূহ

১.২৫০৫৪

১১৮.৮

১২১.০

১২৩.৮

১২৫.৮

১২৪.৮

১২৫.৫

২. ইন্ধন আৰু শক্তি

১৪.১১৪৩৩

১১১.০

১১৩.৪

১১০.৯

১০৫.২

১০৮.৩

১১০.৫

(ক).কয়লা আৰু লিগনাইট

০.৭৪১৩৬

৮৭.৭

৮৬.৬

৮৭.৯

৮৮.৪

৯০.৫

৯৫.১

(খ).খনিজাত তেলসমূহ

৮.১৯২০৮

১২১.৬

১২৫.৭

১২২.৯

১১৩.২

১১৮.৪

১১৯.৩

(গ) বিদ্যুৎ

৪.৪৬৩৪৯

৯০.৮

৯১.৫

৯১.২

৯১.৮

৯০.৯

৯২.০

(ঘ) অপৰিশোধিত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ

০.৭১৭৪০

১৩৮.৮

১৩৬.৮

১২০.২

১১৪.৮

১২০.৩

১৪১.৯

৩. উৎপাদিত সামগ্ৰী

৬৩.১২৮৩৭

১০৭.০

১০৮.০

১০৮.১

১০৮.৪

১০৮.৮

১১০.২

(ক).খাদ্য সামগ্ৰীৰ উৎপাদন

৯.০২০১৬

১১১.০

১১২.৪

১১৩.৫

১১৪.৯

১১৭.০

১১৭.১

(খ).পানীয়ৰ উৎপাদন

০.৯০৪৮৩

১০৪.৪

১০৪.৯

১০৫.১

১০৪.৬

১০৫.৭

১০৫.৯

(গ).ধঁপাতজাত সামগ্ৰীৰ উৎপাদন

০.২৭৬৪৫

১২২.৫

১২২.৮

১২৪.৮

১২৫.১

১২৪.৬

১২৪.৩

(ঘ).বস্ত্ৰ উৎপাদন

৪.০৮৯৯৩

৯৯.১

১০২.১

১০৩.৪

১০৩.৯

১০৪.৩

১০৫.২

(ঙ) পিন্ধা বস্ত্ৰৰ উৎপাদন

১.৩২৯৪৮

১১১.০

১১১.৬

১১১.৯

১১১.৯

১১২.৪

১১৩.১

(চ). চামৰা আৰু আনুষংগিক সামগ্ৰীৰ উৎপাদন

০.৫৪১৩৭

১০৭.৩

১০৮.৪

১০৮.৯

১০৮.৭

১০৯.৭

১০৯.১

(ছ). কাঠ আৰু কাঠ আৰু কৰ্কৰ সামগ্ৰীৰ উৎপাদন, (আচবাবৰ বাহিৰে); খেজুৰ আৰু প্লেটিং সামগ্ৰীৰ উৎপাদন

১.০৭৭১৮

১১৫.২

১১৫.০

১১৫.৪

১১৫.৯

১১৫.৩

১১৫.৩

(জ). কাগজ আৰু কাগজৰ সামগ্ৰীৰ উৎপাদন

১.১৫৩২৮

৯৩.৭

৯৪.১

৯৩.৮

৯৪.৪

৯৫.০

৯৬.০

(ঝ). ৰেকৰ্ড কৰা বিষয়বস্তুৰ প্ৰিণ্টিং আৰু পুনৰ উৎপাদন

০.৪২৬১৮

১০৭.০

১০৮.১

১০৮.০

১০৮.০

১০৮.৫

১০৮.৬

(ঞ).ৰাসায়নিক আৰু ৰসায়নজাত সামগ্ৰীৰ উৎপাদন

৬.১২৫৬৭

১০২.৬

১০৩.৬

১০৩.৮

১০৩.০

১০৩.৯

১০৬.০

(ট).মৌলিক ফাৰ্মাচিউটিকেল সামগ্ৰীৰ উৎপাদন আৰু ফাৰ্মাচিউটিকেল প্ৰস্তুতিৰ

২.২০১০২

১০২.৩

১০২.৯

১০২.৮

১০৩.২

১০৩.৩

১০৩.৮

(ঠ).ৰবৰ আৰু প্লাষ্টিক সামগ্ৰীৰ উৎপাদন

২.৭১৪৬৭

১০৬.০

১০৬.৩

১০৬.৭

১০৬.৬

১০৭.৪

১০৮.৭

(ড).অন্যান্য অ-ধাতু খনিজ সামগ্ৰীৰ উৎপাদন

২.৮৪০৭৪

৯৯.০

৯৯.২

৯৯.৮

১০০.০

৯৯.৭

১০০.৪

(ঢ).মৌলিক ধাতুৰ উৎপাদন

৮.৪১১৩৩

১০৩.৫

১০৪.৯

১০১.৬

১০২.০

১০০.৯

১০৬.২

(ণ).যন্ত্ৰপাতি আৰু সঁজুলিৰ বাহিৰে নিৰ্মিত ধাতুৰ আন সামগ্ৰীৰ উৎপাদন

৪.১৩২৯৪

১০৪.৪

১০৫.৯

১০৬.১

১০৬.৬

১০৬.৫

১০৭.৪

(ত).কম্পিউটাৰ, ইলেক্ট্ৰনিক আৰু অপ্টিকেল সামগ্ৰীৰ উৎপাদন

২.০৭৬২৮

১০১.৭

১০২.৭

১০৩.৪

১০৩.২

১০৪.৮

১০৪.১

(থ).বৈদ্যুতিক সঁজুলিৰ উৎপাদন

২.৬৪৩১৮

১১২.৭

১১৪.২

১১৫.০

১১৫.৫

১১৬.০

১১৭.৩

(দ).যন্ত্ৰপাতি আৰু সঁজুলিৰ উৎপাদন এন ই চি

৩.৪৬৭৯৬

১০৫.১

১০৫.৩

১০৫.৫

১০৬.২

১০৭.০

১০৬.৬

(ধ).মটৰ বাহন, ট্ৰেইলাৰ আৰু ছেমি ট্ৰেইলাৰ নিৰ্মাণ

৫.৪৩৬৪৫

১০৬.৭

১০৭.০

১০৮.৭

১০৯.১

১০৯.৩

১১০.০

(ন).অন্যান্য পৰিবহণ সঁজুলিৰ উৎপাদন

১.৩৯৫১১

১০৬.০

১০৬.৪

১০৭.২

১০৮.১

১০৮.৬

১০৯.০

(প).আচবাব নিৰ্মাণ

০.৮২৬১৮

১০৫.৬

১০৫.৬

১০৫.৮

১০৫.৭

১০৫.১

১০৫.৭

(ফ).অন্যান্য উৎপাদন

২.০৩৭৯৮

১৫৭.০

১৫৮.২

১৫৬.৮

১৫৪.২

১৫২.০

১৫৬.১

খাদ্য সূচকাংক

২৪.৯৯৮১

১১৩.০

১১৪.১

১১৫.৯

১১৭.০

১১৮.৫

১২০.৪

(পি)-অস্থায়ী, (এফ)-চূড়ান্ত

 

স্ংযুক্তি-২

যোৱা ছয় মাহত সকলো সামগ্ৰী, মুখ্য গোট আৰু গোটৰ বাবে ডব্লিউ পি আই মুদ্ৰাস্ফীতিৰ হাৰ (বছৰৰ পাছত বছৰ)

গোট/মুখ্য গোটসমূহ

পণ্যৰ ওজন

এপ্ৰিল-২৬
(চূড়ান্ত

)

মে’-২৬
(চূড়ান্ত

)

জুন-২৬
(চূড়ান্ত

)

জুলাই-২৬
(চূড়ান্ত

)

আগষ্ট-২৬
(চূড়ান্ত

)

চেপ্টেম্বৰ-২৬
(চূড়ান্ত

)

সকলো পণ্য সামগ্ৰী

100.00000

8.36

9.88

9.97

9.78

9.92

11.39

১।প্ৰাথমিক সামগ্ৰীসমূহ

22.75730

3.96

5.26

7.00

8.61

7.76

8.67

(ক)খাদ্য সামগ্ৰীসমূহ

15.97835

2.61

3.69

5.40

5.44

5.67

8.14

(খ). অন্যান্য সামগ্ৰীসমূহ (Non-Food )

5.52841

7.60

10.20

11.67

17.66

14.79

10.28

(গ). খনিজাত সামগ্ৰীসমূহ

1.25054

8.00

6.05

8.31

13.64

8.24

9.51

২. ইন্ধন আৰু শক্তি

14.11433

25.00

30.80

27.18

19.82

22.93

25.85

(ক).কয়লা আৰু লিগনাইট

0.74136

-1.57

-2.26

-1.57

-0.56

1.57

9.31

(খ).খনিজাত তেলসমূহ

8.19208

40.74

49.82

46.48

32.40

38.48

40.02

(গ) বিদ্যুৎ

4.46349

-2.58

-0.54

-1.51

0.44

-1.73

-0.43

(ঘ) অপৰিশোধিত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ

0.71740

56.31

61.51

34.75

26.99

34.41

57.32

৩. উৎপাদিত সামগ্ৰী

63.12837

6.68

7.68

7.78

8.29

8.37

9.76

(ক).খাদ্য সামগ্ৰীৰ উৎপাদন

9.02016

4.72

6.24

7.58

8.70

9.65

9.44

(খ).পানীয়ৰ উৎপাদন

0.90483

0.38

1.25

1.15

0.48

1.93

1.44

(গ).ধঁপাতজাত সামগ্ৰীৰ উৎপাদন

0.27645

12.08

12.76

14.60

13.73

13.17

12.90

(ঘ).বস্ত্ৰ উৎপাদন

4.08993

7.25

10.98

12.15

12.69

12.63

13.85

(ঙ) পিন্ধা বস্ত্ৰৰ উৎপাদন

1.32948

3.06

3.72

2.57

3.61

3.12

3.57

(চ). চামৰা আৰু আনুষংগিক সামগ্ৰীৰ উৎপাদন

0.54137

3.87

4.23

3.91

3.92

4.48

3.71

(ছ). কাঠ আৰু কাঠ আৰু কৰ্কৰ সামগ্ৰীৰ উৎপাদন, (আচবাবৰ বাহিৰে); খেজুৰ আৰু প্লেটিং সামগ্ৰীৰ উৎপাদন

1.07718

8.07

6.58

7.65

7.41

7.26

5.97

(জ). কাগজ আৰু কাগজৰ সামগ্ৰীৰ উৎপাদন

1.15328

2.18

2.95

3.19

3.40

4.51

5.15

(ঝ). ৰেকৰ্ড কৰা বিষয়বস্তুৰ প্ৰিণ্টিং আৰু পুনৰ উৎপাদন

0.42618

3.08

3.94

3.45

3.25

3.04

3.04

(ঞ).ৰাসায়নিক আৰু ৰসায়নজাত সামগ্ৰীৰ উৎপাদন

6.12567

13.00

14.73

14.32

13.56

14.30

16.74

(ট).মৌলিক ফাৰ্মাচিউটিকেল সামগ্ৰীৰ উৎপাদন আৰু ফাৰ্মাচিউটিকেল প্ৰস্তুতিৰ

2.20102

2.61

3.94

3.42

4.35

3.40

4.01

(ঠ).ৰবৰ আৰু প্লাষ্টিক সামগ্ৰীৰ উৎপাদন

2.71467

10.07

10.84

10.46

10.70

11.18

13.47

(ড).অন্যান্য অ-ধাতু খনিজ সামগ্ৰীৰ উৎপাদন

2.84074

1.75

1.33

2.04

2.77

2.57

3.72

(ঢ).মৌলিক ধাতুৰ উৎপাদন

8.41133

10.70

13.16

10.68

12.33

10.88

16.96

(ণ).যন্ত্ৰপাতি আৰু সঁজুলিৰ বাহিৰে নিৰ্মিত ধাতুৰ আন সামগ্ৰীৰ উৎপাদন

4.13294

5.03

6.33

6.53

7.24

6.71

7.51

(ত).কম্পিউটাৰ, ইলেক্ট্ৰনিক আৰু অপ্টিকেল সামগ্ৰীৰ উৎপাদন

2.07628

-1.17

-0.87

-0.86

-1.81

-0.47

4.00

(থ).বৈদ্যুতিক সঁজুলিৰ উৎপাদন

2.64318

9.21

11.41

11.22

11.38

11.11

11.93

(দ).যন্ত্ৰপাতি আৰু সঁজুলিৰ উৎপাদন এন ই চি

3.46796

1.84

2.23

2.23

2.81

3.18

2.80

(ধ).মটৰ বাহন, ট্ৰেইলাৰ আৰু ছেমি ট্ৰেইলাৰ নিৰ্মাণ

5.43645

0.85

0.75

3.23

3.31

3.70

4.46

(ন).অন্যান্য পৰিবহণ সঁজুলিৰ উৎপাদন

1.39511

3.21

4.11

4.69

4.85

4.93

4.21

(প).আচবাব নিৰ্মাণ

0.82618

3.83

5.18

4.44

4.24

4.68

5.17

(ফ).অন্যান্য উৎপাদন

2.03798

26.21

21.41

20.71

20.28

20.44

19.16

খাদ্য সূচকাংক

24.99851

3.29

4.58

6.23

6.56

7.05

8.66

(পি)-অস্থায়ী, (এফ)-চূড়ান্ত

 

 

স্ংযুক্তি-৩

সকলো সামগ্ৰী, মুখ্য গোট আৰু গোটৰ বাবে সঞ্চিত ডব্লিউ পি আই

গোট/মুখ্য গোটসমূহ

পণ্যৰ ওজন

এপ্ৰিল-ছেপ্টেম্বৰ

বিত্তীয় বৰ্ষ ২০২৩-২৪

এপ্ৰিল-ছেপ্টেম্বৰ

 

বিত্তীয় বৰ্ষ ২০২৪-২৫

এপ্ৰিল-ছেপ্টেম্বৰ

 

বিত্তীয় বৰ্ষ ২০২৫-২৬

এপ্ৰিল-ছেপ্টেম্বৰ

 

বিত্তীয় বৰ্ষ ২০২৬-২৭

সকলো পণ্য সামগ্ৰী

100.00000

99.0

100.7

100.5

110.4

১।প্ৰাথমিক সামগ্ৰীসমূহ

22.75730

105.0

112.2

108.9

116.4

(ক)খাদ্য সামগ্ৰীসমূহ

15.97835

107.2

116.9

111.9

117.7

(খ). অন্যান্য সামগ্ৰীসমূহ (Non-Food )

5.52841

99.6

98.4

99.3

111.2

(গ). খনিজাত সামগ্ৰীসমূহ

1.25054

100.8

113.4

113.2

123.3

২. ইন্ধন আৰু শক্তি

14.11433

92.1

91.0

87.7

109.9

(ক).কয়লা আৰু লিগনাইট

0.74136

92.4

89.8

88.7

89.4

(খ).খনিজাত তেলসমূহ

8.19208

90.1

89.4

85.1

120.2

(গ) বিদ্যুৎ

4.46349

94.9

92.5

92.4

91.4

(ঘ) অপৰিশোধিত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ

0.71740

96.8

99.9

88.8

128.8

৩. উৎপাদিত সামগ্ৰী

63.12837

98.4

98.7

100.3

108.4

(ক).খাদ্য সামগ্ৰীৰ উৎপাদন

9.02016

98.6

101.2

106.1

114.3

(খ).পানীয়ৰ উৎপাদন

0.90483

102.4

103.8

104.0

105.1

(গ).ধঁপাতজাত সামগ্ৰীৰ উৎপাদন

0.27645

104.4

107.0

109.6

124.0

(ঘ).বস্ত্ৰ উৎপাদন

4.08993

92.8

92.6

92.3

103.0

(ঙ) পিন্ধা বস্ত্ৰৰ উৎপাদন

1.32948

102.5

104.7

108.4

112.0

(চ). চামৰা আৰু আনুষংগিক সামগ্ৰীৰ উৎপাদন

0.54137

101.8

102.2

104.5

108.7

(ছ). কাঠ আৰু কাঠ আৰু কৰ্কৰ সামগ্ৰীৰ উৎপাদন, (আচবাবৰ বাহিৰে); খেজুৰ আৰু প্লেটিং সামগ্ৰীৰ উৎপাদন

1.07718

102.1

103.5

107.7

115.4

(জ). কাগজ আৰু কাগজৰ সামগ্ৰীৰ উৎপাদন

1.15328

90.6

89.9

91.3

94.5

(ঝ). ৰেকৰ্ড কৰা বিষয়বস্তুৰ প্ৰিণ্টিং আৰু পুনৰ উৎপাদন

0.42618

103.7

104.3

104.6

108.0

(ঞ).ৰাসায়নিক আৰু ৰসায়নজাত সামগ্ৰীৰ উৎপাদন

6.12567

93.0

91.3

90.7

103.8

(ট).মৌলিক ফাৰ্মাচিউটিকেল সামগ্ৰীৰ উৎপাদন আৰু ফাৰ্মাচিউটিকেল প্ৰস্তুতিৰ

2.20102

101.1

99.8

99.5

103.1

(ঠ).ৰবৰ আৰু প্লাষ্টিক সামগ্ৰীৰ উৎপাদন

2.71467

95.4

96.2

96.3

107.0

(ড).অন্যান্য অ-ধাতু খনিজ সামগ্ৰীৰ উৎপাদন

2.84074

99.2

95.8

97.4

99.7

(ঢ).মৌলিক ধাতুৰ উৎপাদন

8.41133

94.9

93.1

91.8

103.2

(ণ).যন্ত্ৰপাতি আৰু সঁজুলিৰ বাহিৰে নিৰ্মিত ধাতুৰ আন সামগ্ৰীৰ উৎপাদন

4.13294

100.1

99.9

99.6

106.2

(ত).কম্পিউটাৰ, ইলেক্ট্ৰনিক আৰু অপ্টিকেল সামগ্ৰীৰ উৎপাদন

2.07628

98.7

97.3

103.6

103.3

(থ).বৈদ্যুতিক সঁজুলিৰ উৎপাদন

2.64318

100.7

102.1

103.7

115.1

(দ).যন্ত্ৰপাতি আৰু সঁজুলিৰ উৎপাদন এন ই চি

3.46796

102.0

102.3

103.4

106.0

(ধ).মটৰ বাহন, ট্ৰেইলাৰ আৰু ছেমি ট্ৰেইলাৰ নিৰ্মাণ

5.43645

103.9

106.0

105.6

108.5

(ন).অন্যান্য পৰিবহণ সঁজুলিৰ উৎপাদন

1.39511

101.3

101.2

103.1

107.6

(প).আচবাব নিৰ্মাণ

0.82618

101.7

101.7

101.0

105.6

(ফ).অন্যান্য উৎপাদন

2.03798

104.3

111.1

128.3

155.7

খাদ্য সূচকাংক

24.99851

104.1

111.2

109.8

116.5

টোকাঃ ছয় মাহৰ সূচকসমূহৰ গাণিতিক গড় লৈ সঞ্চিত সূচক গণনা কৰা হৈছে

সংযুক্তি-৪

 

সকলো সামগ্ৰী, মুখ্য গোট আৰু গোটৰ বাবে সঞ্চিত ডব্লিউ পি আই মুদ্ৰাস্ফীতিৰ হাৰ (বছৰৰ পাছত বছৰ)

গোট/মুখ্য গোটসমূহ

পণ্যৰ ওজন

এপ্ৰিল-ছেপ্টেম্বৰ

 

বিত্তীয় বৰ্ষ ২০২৪-২৫

এপ্ৰিল-ছেপ্টেম্বৰ

বিত্তীয় বৰ্ষ ২০২৫-২৬

এপ্ৰিল-ছেপ্টেম্বৰ

 

বিত্তীয় বৰ্ষ ২০২৬-২৭

সকলো পণ্য সামগ্ৰী

100.00000

1.72

-0.20

9.85

১।প্ৰাথমিক সামগ্ৰীসমূহ

22.75730

6.86

-2.94

6.89

(ক)খাদ্য সামগ্ৰীসমূহ

15.97835

9.05

-4.28

5.18

(খ). অন্যান্য সামগ্ৰীসমূহ (Non-Food )

5.52841

-1.20

0.91

11.98

(গ). খনিজাত সামগ্ৰীসমূহ

1.25054

12.50

-0.18

8.92

২. ইন্ধন আৰু শক্তি

14.11433

-1.19

-3.63

25.31

(ক).কয়লা আৰু লিগনাইট

0.74136

-2.81

-1.22

0.79

(খ).খনিজাত তেলসমূহ

8.19208

-0.78

-4.81

41.25

(গ) বিদ্যুৎ

4.46349

-2.53

-0.11

-1.08

(ঘ) অপৰিশোধিত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ

0.71740

3.20

-11.11

45.05

৩. উৎপাদিত সামগ্ৰী

63.12837

0.30

1.62

8.08

(ক).খাদ্য সামগ্ৰীৰ উৎপাদন

9.02016

2.64

4.84

7.73

(খ).পানীয়ৰ উৎপাদন

0.90483

1.37

0.19

1.06

(গ).ধঁপাতজাত সামগ্ৰীৰ উৎপাদন

0.27645

2.49

2.43

13.14

(ঘ).বস্ত্ৰ উৎপাদন

4.08993

-0.22

-0.32

11.59

(ঙ) পিন্ধা বস্ত্ৰৰ উৎপাদন

1.32948

2.15

3.53

3.32

(চ). চামৰা আৰু আনুষংগিক সামগ্ৰীৰ উৎপাদন

0.54137

0.39

2.25

4.02

(ছ). কাঠ আৰু কাঠ আৰু কৰ্কৰ সামগ্ৰীৰ উৎপাদন, (আচবাবৰ বাহিৰে); খেজুৰ আৰু প্লেটিং সামগ্ৰীৰ উৎপাদন

1.07718

1.37

4.06

7.15

(জ). কাগজ আৰু কাগজৰ সামগ্ৰীৰ উৎপাদন

1.15328

-0.77

1.56

3.50

(ঝ). ৰেকৰ্ড কৰা বিষয়বস্তুৰ প্ৰিণ্টিং আৰু পুনৰ উৎপাদন

0.42618

0.58

0.29

3.25

(ঞ).ৰাসায়নিক আৰু ৰসায়নজাত সামগ্ৰীৰ উৎপাদন

6.12567

-1.83

-0.66

14.44

(ট).মৌলিক ফাৰ্মাচিউটিকেল সামগ্ৰীৰ উৎপাদন আৰু ফাৰ্মাচিউটিকেল প্ৰস্তুতিৰ

2.20102

-1.29

-0.30

3.62

(ঠ).ৰবৰ আৰু প্লাষ্টিক সামগ্ৰীৰ উৎপাদন

2.71467

0.84

0.10

11.11

(ড).অন্যান্য অ-ধাতু খনিজ সামগ্ৰীৰ উৎপাদন

2.84074

-3.43

1.67

2.36

(ঢ).মৌলিক ধাতুৰ উৎপাদন

8.41133

-1.90

-1.40

12.42

(ণ).যন্ত্ৰপাতি আৰু সঁজুলিৰ বাহিৰে নিৰ্মিত ধাতুৰ আন সামগ্ৰীৰ উৎপাদন

4.13294

-0.20

-0.30

6.63

(ত).কম্পিউটাৰ, ইলেক্ট্ৰনিক আৰু অপ্টিকেল সামগ্ৰীৰ উৎপাদন

2.07628

-1.42

6.47

-0.29

(থ).বৈদ্যুতিক সঁজুলিৰ উৎপাদন

2.64318

1.39

1.57

10.99

(দ).যন্ত্ৰপাতি আৰু সঁজুলিৰ উৎপাদন এন ই চি

3.46796

0.29

1.08

2.51

(ধ).মটৰ বাহন, ট্ৰেইলাৰ আৰু ছেমি ট্ৰেইলাৰ নিৰ্মাণ

5.43645

2.02

-0.38

2.75

(ন).অন্যান্য পৰিবহণ সঁজুলিৰ উৎপাদন

1.39511

-0.10

1.88

4.36

(প).আচবাব নিৰ্মাণ

0.82618

0.00

-0.69

4.55

(ফ).অন্যান্য উৎপাদন

2.03798

6.52

15.48

21.36

খাদ্য সূচকাংক

24.99851

6.82

-1.26

6.10

২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ  উৎপাদকৰ উৎপাদন মূল্য সূচকৰ অস্থায়ী অনুমান (আধাৰ বছৰ ২০২২-২৩)

১. ২০২৬ চনৰ ছেপ্টেম্বৰৰ বাবে উৎপাদকৰ উৎপাদন মূল্য সূচকৰ(আধাৰ বছৰ ২০২২-২৩)  মূল গুৰুত্বপূৰ্ণ দিশসমূহ

২. ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত সকলো সামগ্ৰীৰ বাবে সৰ্বভাৰতীয় উৎপাদন পি পি আই হৈছে ১১২.৫, আনহাতে ২০২৬ চনৰ আগষ্টত ই ১১০.৮ আছিল।

৩. কৃষি, বন পালন আৰু মৎস্য চিকাৰ, খনন আৰু অন্বেষণ ; উৎপাদিত সামগ্ৰী; আৰু বিদ্যুতৰ  ক্ষেত্ৰত উৎপাদকৰ উৎপাদন মূল্য সূচক হৈছে ২০২৬ চনৰ ছেপ্টেম্বৰত ক্ৰমে ১১৮.৭, ১২৯.২, ১১১.০ আৰু ৯২.০, আনহাতে  ২০২৬ চনৰ আগষ্টত এই পৰিমাণ আছিল ক্ৰমে ১১৬.৫, ১২২.০, ১০৯.৭, আৰু ৯০.৯।

৪. যোৱা ১৩ মাহ ধৰি সকলো সামগ্ৰী আৰু মুখ্য গোটৰ বাবে মাহিলী সূচকসমূহ তলত দিয়া তালিকাত উল্লেখ কৰা হৈছে।

তালিকা ৫: সকলো সামগ্ৰীৰ বাবে উৎপাদকৰ উৎপাদন মূল্য সূচক

 

তালিকা ৬: প্ৰধান গোটসমূহত উৎপাদকৰ উৎপাদন মূল্য সূচক

৫. অস্থায়ী সূচকাংকৰ তুলনাত ২০২৬ চনৰ জুলাই মাহৰ চূড়ান্ত সূচকাংকত ১০৯.৯ ৰ কোনো সালসলনি হোৱা নাই।

৬. যোৱা ছয় মাহৰ বাবে সকলো সামগ্ৰী, মুখ্য গোট আৰু গোটৰ বাবে উৎপাদকৰ উৎপাদন মূল্য সূচক সংযুক্তি-৫ত দিয়া হৈছে।

৭. বিত্তীয় বৰ্ষ ২০২৩-২৪, বিত্তীয় বৰ্ষ ২০২৪-২৫, বিত্তীয় বৰ্ষ ২০২৫-২৬ আৰু বিত্তীয় বৰ্ষ ২০২৬-২৭ -ৰ বাবে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ সকলো সামগ্ৰী, মুখ্য গোট আৰু গোটৰ বাবে সঞ্চিত উৎপাদকৰ উৎপাদন মূল্য সূচকসংযুক্তি-৬ত দিয়া হৈছে।

৮. ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৬ চনৰ ছেপ্টেম্বৰলৈকে উৎপাদকৰ উৎপাদন মূল্য সূচক (ভিত্তি বছৰ ২০২২-২৩) শৃংখলাৰ সৈতে সম্পৰ্কিত এছ ইউ টি শ্ৰেণী অনুসৰি সূচক (https://eaindustry.nic.in/download_data_2223.asp) ত উপলব্ধ।

সংযুক্তি-৫

যোৱা ছয় মাহত সকলো সামগ্ৰী, মুখ্য গোট আৰু গোটৰ বাবে উৎপাদকৰ উৎপাদন মূল্য সূচক

গোট/মুখ্য গোটসমূহ

পণ্যৰ ওজন

এপ্ৰিল-২৬
(চূড়ান্ত)

মে’-২৬
(চূড়ান্ত)

জুন-২৬
(চূড়ান্ত)

জুলাই-২৬
(চূড়ান্ত)

আগষ্ট-২৬
(চূড়ান্ত)

চেপ্টেম্বৰ-২৬
(চূড়ান্ত)

সকলো পণ্য সামগ্ৰী

100.00000

108.8

109.9

110.0

109.9

110.8

112.5

১।প্ৰাথমিক সামগ্ৰীসমূহ

22.15648

111.4

112.1

114.1

115.6

116.5

118.7

(ক)খাদ্য সামগ্ৰীসমূহ

19.03219

111.5

111.9

114.2

116.1

117.1

119.9

(খ). অন্যান্য সামগ্ৰীসমূহ (Non-Food )

1.67481

116.7

118.8

119.6

119.9

121.1

120.9

(গ). খনিজাত সামগ্ৰীসমূহ

1.44948

103.2

106.9

106.6

103.7

103.1

100.0

২. ইন্ধন আৰু শক্তি

3.42065

125.2

124.6

120.5

120.1

122.0

129.2

(ক).কয়লা আৰু লিগনাইট

0.70792

174.7

180.1

179.5

177.6

176.6

182.2

(খ).খনিজাত তেলসমূহ

0.7398

87.7

86.6

87.9

88.4

90.5

95.1

(গ) বিদ্যুৎ

1.23208

109.9

108.5

110.0

112.7

113.1

111.4

(ঘ) অপৰিশোধিত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ

0.74085

141.0

136.2

114.2

108.9

116.3

142.2

৩. উৎপাদিত সামগ্ৰী

69.93568

108.3

109.7

109.4

108.7

109.7

111.0

(ক).খাদ্য সামগ্ৰীৰ উৎপাদন

8.47196

111.0

112.5

113.7

115.4

117.6

117.7

(খ).পানীয়ৰ উৎপাদন

0.8417

104.6

105.0

105.2

104.7

105.8

106.0

(গ).ধঁপাতজাত সামগ্ৰীৰ উৎপাদন

0.25705

125.4

125.6

128.3

128.4

127.2

127.1

(ঘ).বস্ত্ৰ উৎপাদন

4.38774

100.9

103.9

105.3

105.7

106.3

108.0

(ঙ) পিন্ধা বস্ত্ৰৰ উৎপাদন

1.20494

109.9

110.8

111.0

110.9

111.2

112.0

(চ). চামৰা আৰু আনুষংগিক সামগ্ৰীৰ উৎপাদন

0.49989

105.9

107.1

107.4

107.1

107.9

107.4

(ছ). কাঠ আৰু কাঠ আৰু কৰ্কৰ সামগ্ৰীৰ উৎপাদন, (আচবাবৰ বাহিৰে); খেজুৰ আৰু প্লেটিং সামগ্ৰীৰ উৎপাদন

1.08949

113.3

113.2

113.6

113.9

113.4

113.6

(জ). কাগজ আৰু কাগজৰ সামগ্ৰীৰ উৎপাদন

1.03128

93.9

94.5

94.1

94.8

95.4

96.4

(ঝ). ৰেকৰ্ড কৰা বিষয়বস্তুৰ প্ৰিণ্টিং আৰু পুনৰ উৎপাদন

0.30931

109.3

109.5

109.5

109.6

110.1

110.6

(ঞ) কোক আৰু পৰিশোধিত পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ উৎপাদন

7.14818

121.1

125.2

122.3

112.7

117.8

118.8

(ট).ৰাসায়নিক আৰু ৰসায়নজাত সামগ্ৰীৰ উৎপাদন

5.74793

103.3

104.1

104.3

103.1

104.3

106.3

(ঠ).মৌলিক ফাৰ্মাচিউটিকেল সামগ্ৰীৰ উৎপাদন আৰু ফাৰ্মাচিউটিকেল প্ৰস্তুতিৰ

1.92807

103.2

103.6

103.7

104.2

104.2

104.7

(ড).ৰবৰ আৰু প্লাষ্টিক সামগ্ৰীৰ উৎপাদন

2.57252

106.7

107.0

107.4

107.3

108.1

109.5

(ঢ). অন্যান্য অ-ধাতু খনিজ সামগ্ৰীৰ উৎপাদন

2.50437

99.0

99.1

99.8

100.1

99.7

100.4

(ণ).মৌলিক ধাতুৰ উৎপাদন

7.465

102.7

104.3

101.0

101.8

100.6

105.7

(ত).যন্ত্ৰপাতি আৰু সঁজুলিৰ বাহিৰে নিৰ্মিত ধাতুৰ আন সামগ্ৰীৰ উৎপাদন

3.15198

102.3

103.3

103.3

103.9

103.7

104.9

(থ).কম্পিউটাৰ, ইলেক্ট্ৰনিক আৰু অপ্টিকেল সামগ্ৰীৰ উৎপাদন

1.7748

104.3

104.9

104.7

105.0

106.1

105.8

(দ).বৈদ্যুতিক সঁজুলিৰ উৎপাদন

3.81453

105.7

107.2

107.9

108.3

109.0

109.6

(ধ).যন্ত্ৰপাতি আৰু সঁজুলিৰ উৎপাদন এন ই চি

2.46158

105.7

105.7

105.6

106.4

106.9

106.9

(ন).মটৰ বাহন, ট্ৰেইলাৰ আৰু ছেমি ট্ৰেইলাৰ নিৰ্মাণ

4.39321

107.4

107.2

108.5

108.9

109.1

109.9

(প).অন্যান্য পৰিবহণ সঁজুলিৰ উৎপাদন

1.34392

107.2

107.6

108.5

109.3

110.4

110.2

(ফ).আচবাব নিৰ্মাণ

0.73566

105.3

104.9

104.7

104.8

104.6

105.0

(ব).অন্যান্য উৎপাদন

6.80057

120.9

122.2

121.5

120.7

120.6

122.8

বিদ্যুৎ

4.48719

90.8

91.6

91.2

91.8

90.9

92.0

বিদ্যুৎ

4.48719

90.8

91.6

91.2

91.8

90.9

92.0

(পি)-অস্থায়ী, (এফ)-চুড়ান্ত

সংযুক্তি-৬

 

সকলো সামগ্ৰী, মুখ্য গোট আৰু গোটৰ বাবে সঞ্চিত উৎপাদন পি. পি. আই

গোট/মুখ্য গোটসমূহ

পণ্যৰ ওজন

এপ্ৰিল-ছেপ্টেম্বৰ

বিত্তীয় বৰ্ষ ২০২৩-২৪

এপ্ৰিল-ছেপ্টেম্বৰ

বিত্তীয় বৰ্ষ ২০২৪-২৫

এপ্ৰিল-ছেপ্টেম্বৰ

বিত্তীয় বৰ্ষ ২০২৫-২৬

এপ্ৰিল-ছেপ্টেম্বৰ

বিত্তীয় বৰ্ষ ২০২৬-২৭

সকলো পণ্য সামগ্ৰী

100.00000

99.0

100.5

100.5

110.3

 কৃষি, বন পালন আৰু মৎস্য চিকাৰ

22.15648

105.1

110.5

107.8

114.7

শস্য আৰু পশু উৎপাদন, চিকাৰ আৰু আনুস্ংগিক কাৰ্যকলাপ

19.03219

105.3

110.9

108.0

115.1

বন পালন আৰু কাঠ কটা

1.67481

103.5

113.2

111.1

119.5

মৎস্য চিকাৰ আৰু জলজ কৃষি

1.44948

103.5

101.8

101.2

103.9

খনন আৰু অন্বেষণ

3.42065

98.9

105.7

104.6

123.6

ধাতুৰ আকৰ খনন

0.70792

103.6

124.1

142.4

178.5

কয়লা আৰু লিগনাইটৰ খনন

0.7398

92.4

89.8

88.7

89.4

অন্যান্য খনন আৰু অন্বেষণ

1.23208

103.2

110.3

105.0

110.9

অপৰিশোধিত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ নিষ্কাশন

0.74085

93.5

96.1

83.9

126.5

উৎপাদিত  সামগ্ৰী

69.93568

97.4

97.5

98.6

109.5

(ক).খাদ্য সামগ্ৰীৰ উৎপাদন

8.47196

97.6

100.6

106.3

114.7

(খ).পানীয়ৰ উৎপাদন

0.8417

102.4

104.0

104.1

105.2

(গ).ধঁপাতজাত সামগ্ৰীৰ উৎপাদন

0.25705

104.2

106.9

109.7

127.0

(ঘ).বস্ত্ৰ উৎপাদন

4.38774

92.9

92.9

92.6

105.0

(ঙ).পিন্ধা বস্ত্ৰৰ উৎপাদন

1.20494

102.1

103.8

107.5

111.0

(চ).চামৰা আৰু আনুষংগিক সামগ্ৰীৰ উৎপাদন

0.49989

101.2

101.2

103.0

107.1

(ছ). কাঠ আৰু কাঠ আৰু কৰ্কৰ সামগ্ৰীৰ উৎপাদন, (আচবাবৰ বাহিৰে); খেজুৰ আৰু প্লেটিং সামগ্ৰীৰ উৎপাদন

1.08949

101.9

103.0

106.6

113.5

(জ). কাগজ আৰু কাগজৰ সামগ্ৰীৰ উৎপাদন

1.03128

90.6

90.1

91.4

94.9

(ঝ). ৰেকৰ্ড কৰা বিষয়বস্তুৰ প্ৰিণ্টিং আৰু পুনৰ উৎপাদন

0.30931

104.2

104.7

105.6

109.8

(ঞ). কোক আৰু পৰিশোধিত পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ উৎপাদন

7.14818

90.1

89.4

85.0

119.7

(ট). ৰাসায়নিক আৰু ৰসায়নজাত সামগ্ৰীৰ উৎপাদন

5.74793

93.1

91.5

91.1

104.2

(ঠ)মৌলিক ঔষধ, ঔষধি ৰাসায়নিক দ্ৰব্য আৰু উদ্ভিদজাত সামগ্ৰীৰ উৎপাদন

1.92807

101.9

99.3

100.0

103.9

(ড). ৰবৰ আৰু প্লাষ্টিকৰ সামগ্ৰীৰ উৎপাদন

2.57252

95.5

96.3

96.4

107.7

(ঢ).অন্যান্য অ-ধাতু খনিজ সামগ্ৰীৰ উৎপাদন

2.50437

99.0

95.6

96.8

99.7

(ণ).মৌলিক ধাতুৰ উৎপাদন

7.465

94.7

93.0

91.2

102.7

(ত).যন্ত্ৰপাতি আৰু সঁজুলিৰ বাহিৰে নিৰ্মিত  আন ধাতুৰ সামগ্ৰীৰ উৎপাদন

3.15198

98.8

99.2

98.3

103.6

(থ).কম্পিউটাৰ, ইলেক্ট্ৰনিক আৰু অপ্টিকেল সামগ্ৰীৰ উৎপাদন

1.7748

98.6

96.9

107.0

105.1

(দ).বৈদ্যুতিক সঁজুলিৰ উৎপাদন

3.81453

99.5

99.6

100.9

108.0

(দ).যন্ত্ৰপাতি আৰু সঁজুলিৰ উৎপাদন এন ই চি

2.46158

102.1

102.6

103.5

106.2

(ধ).মটৰ বাহন, ট্ৰেইলাৰ আৰু ছেমি ট্ৰেইলাৰ নিৰ্মাণ

4.39321

104.2

106.2

105.9

108.5

(ন).অন্যান্য পৰিবহণ সঁজুলিৰ উৎপাদন

1.34392

101.7

101.5

103.9

108.9

(প).আচবাব নিৰ্মাণ

0.73566

101.6

101.4

101.4

104.9

(ফ).অন্যান্য উৎপাদন

6.80057

101.4

102.6

108.0

121.5

বিদ্যুৎ

4.48719

94.9

92.5

92.3

91.4

বিদ্যুৎ

4.48719

94.9

92.5

92.3

91.4

টোকাঃ ৬ মাহৰ সূচকসমূহৰ গাণিতিক গড় লৈ সঞ্চিত সূচক গণনা কৰা হৈছে

২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ বাবে উৎপাদন উপাদানৰ পৰীক্ষামূলক ক্ৰয় মূল্য সূচক(আই পি পি আই) (আধাৰ বছৰ ২০২২-২৩) ৰ অস্থায়ী অনুমান

 

১. ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত উৎপাদন খণ্ডৰ বাবে সৰ্বভাৰতীয় উৎপাদন উপাদানৰ পৰীক্ষামূলক ক্ৰয় মূল্য সূচক[১] হৈছে ১০৬.১ (অস্থায়ী)।

২. ২০২৬ চনৰ জুলাই মাহৰ বাবে উৎপাদন খণ্ডৰ বাবে উৎপাদন উপাদানৰ পৰীক্ষামূলক ক্ৰয় মূল্য সূচক ১০৫.৯ (অস্থায়ী) ৰ পৰা ১০৫.৫ (চূড়ান্ত) লৈ সংশোধন কৰা হৈছে।

৩. ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে এন আই চি-২-সূচকত সকলো উৎপাদন উদ্যোগৰ বাবে পৰীক্ষামূলক উৎপাদকৰ ক্ৰয় মূল্য সূচক তলত দিয়া হৈছে।

এন আই চি-২-সূচকত সকলো উৎপাদন উদ্যোগৰ বাবে উৎপাদন উপাদানৰ পৰীক্ষামূলক ক্ৰয় মূল্য সূচক

উদ্যোগ গোট

Weight

Apr-26
(F)

May-26
(F)

Jun-26
(F)

Jul-26

(F)

Aug-26

(P)

Sep-26

(P)

উৎপাদন খণ্ড

100.000000

104.2

106.5

105.9

105.5

104.2

106.1

(ক).খাদ্য সামগ্ৰীৰ উৎপাদন

14.84638

108.3

110.5

112.1

113.5

114.7

115.3

(খ).পানীয়ৰ উৎপাদন

1.03035

104.5

105.4

105.5

106.5

108.9

108.8

(গ).ধঁপাতজাত সামগ্ৰীৰ উৎপাদন

0.26443

124.7

122.5

123.5

125.7

125.8

125.8

(ঘ).বস্ত্ৰ উৎপাদন

5.88918

100.8

103.4

103.8

104

103.8

104.9

(ঙ).পিন্ধা বস্ত্ৰৰ উৎপাদন

1.57012

106.6

107.4

108.3

107.9

108.8

109.4

(চ).চামৰা আৰু আনুষংগিক সামগ্ৰীৰ উৎপাদন

0.77634

96.0

97.9

97.1

98.6

97.1

99

(ছ). কাঠ আৰু কাঠ আৰু কৰ্কৰ সামগ্ৰীৰ উৎপাদন, (আচবাবৰ বাহিৰে); খেজুৰ আৰু প্লেটিং সামগ্ৰীৰ উৎপাদন

1.82194

110.8

113.4

111.5

110.5

113.2

111.8

(জ). কাগজ আৰু কাগজৰ সামগ্ৰীৰ উৎপাদন

0.87494

96.8

97.2

97.4

98.1

98.8

99.8

(ঝ). ৰেকৰ্ড কৰা বিষয়বস্তুৰ প্ৰিণ্টিং আৰু পুনৰ উৎপাদন

0.46606

98.3

98.9

98.8

99.1

99.4

97.6

(ঞ). কোক আৰু পৰিশোধিত পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ উৎপাদন

12.3291

105.2

111.8

105.1

100.6

86.7

94.7

(ট). ৰাসায়নিক আৰু ৰসায়নজাত সামগ্ৰীৰ উৎপাদন

7.98919

107.9

110.5

110.7

109.9

110.8

113.4

(ঠ)মৌলিক ঔষধ, ঔষধি ৰাসায়নিক দ্ৰব্য আৰু উদ্ভিদজাত সামগ্ৰীৰ উৎপাদন

2.40463

103.5

105.3

104.7

105

105.8

107.3

(ড). ৰবৰ আৰু প্লাষ্টিকৰ সামগ্ৰীৰ উৎপাদন

3.40235

109.8

111.1

112.8

111.9

113.3

115.5

(ঢ).অন্যান্য অ-ধাতু খনিজ সামগ্ৰীৰ উৎপাদন

3.28306

96.4

98.4

96.4

93.1

93.7

95.8

(ণ).মৌলিক ধাতুৰ উৎপাদন

11.25229

100.6

102.2

101.6

101.6

101.8

103.4

(ত).যন্ত্ৰপাতি আৰু সঁজুলিৰ বাহিৰে নিৰ্মিত  আন ধাতুৰ সামগ্ৰীৰ উৎপাদন

5.59239

102.2

104.7

105.7

105.7

105.5

106.9

(থ).কম্পিউটাৰ, ইলেক্ট্ৰনিক আৰু অপ্টিকেল সামগ্ৰীৰ উৎপাদন

2.22964

108.2

107.0

108.9

109.8

108.9

108.8

(দ).বৈদ্যুতিক সঁজুলিৰ উৎপাদন

3.64437

113.4

116.2

117.5

117.6

118.7

120.2

(দ).যন্ত্ৰপাতি আৰু সঁজুলিৰ উৎপাদন এন ই চি

5.07784

105.0

105.4

105.0

105.2

106.2

104.5

(ধ).মটৰ বাহন, ট্ৰেইলাৰ আৰু ছেমি ট্ৰেইলাৰ নিৰ্মাণ

10.49446

102.8

103.7

104.0

104.8

105.1

106.3

(ন).আচবাব নিৰ্মাণ

0.98353

101.1

100.7

100.5

101.9

103.2

102

(প).অন্যান্য উৎপাদন

3.77741

88.4

89.5

87.3

87.7

85.2

86.2

(পি)-অস্থায়ী, (এফ)-চূড়ান্ত

***

Abhishek Dayal / Abhijith Narayanan/DD


(ৰিলিজ আই ডি : 2323671) অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Tamil