প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাৰাজা অগ্ৰসেনজীক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

পোষ্ট কৰা হৈছে: 11 OCT 2026 10:33AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাজা অগ্ৰসেনজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে মহাৰাজা অগ্ৰসেনজীৰ জীৱন আৰু আদৰ্শই আমাক নিৰন্তৰভাৱে মানৱতাৰ দিশত পথ প্ৰদৰ্শন কৰে। তেওঁৰ মহান চিন্তাধাৰা ভাৰতৰ সাংস্কৃতিক উত্থানৰ ক্ষেত্ৰত সদায়ে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে পোষ্ট কৰিছেঃ

জনসেৱা আৰু সামাজিক সম্প্ৰীতিৰ পথ প্ৰদৰ্শক মহাৰাজা অগ্ৰসেনজীক তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ জীৱন আৰু আদৰ্শই আমাক নিৰন্তৰভাৱে মানৱতাৰ পথ অনুসৰণ কৰিবলৈ শিকায়। তেওঁৰ মহান চিন্তাধাৰা ভাৰতৰ সাংস্কৃতিক উত্থানৰ ক্ষেত্ৰত সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।

 

***

MJPS/SS/VJ/MK


(ৰিলিজ আই ডি : 2321938) অতিথি কক্ষ : 8