প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন প্ৰধান সচিব নৃপেন্দ্ৰ মিশ্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসন-পদ্ধতি আৰু নেতৃত্বৰ দৃষ্টিভংগীৰ বিষয়ত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
08 OCT 2026 1:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন প্ৰধান সচিব শ্ৰী নৃপেন্দ্ৰ মিশ্ৰই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। প্ৰবন্ধটোত শ্ৰী নৃপেন্দ্ৰ মিশ্ৰই লিখিছে যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বক তেওঁৰ কৰ্মপদ্ধতিৰ জৰিয়তে সৰ্বোত্তমৰূপত বুজিব পাৰি। প্ৰবন্ধটোত প্ৰস্তুতি, নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ আৰু সমস্যাৰ সমাধান বিচৰাৰ বিষয়ত প্ৰধানমন্ত্ৰীৰ গুৰুত্বই তেওঁৰ শাসন-পদ্ধতি আৰু কাৰ্যৰ ফলাফলক কেনেদৰে গঢ় দিছে সেই বিষয়ে আলোকপাত কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয়—
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক তেওঁৰ কৰ্মপদ্ধতিৰ জৰিয়তে সৰ্বোত্তমভাৱে বুজিব পাৰি বুলি প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন প্ৰধান সচিব শ্ৰী নৃপেন্দ্ৰ মিশ্ৰই লিখিছে। প্ৰস্তুতি, নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ আৰু সমস্যাৰ সমাধান বিচৰাৰ বিষয়ত তেওঁৰ গুৰুত্বই তেওঁৰ শাসন-পদ্ধতি আৰু কাৰ্যৰ ফলাফলক প্ৰতিফলিত কৰে।”
****
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2321106)
অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam