প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
পোষ্ট কৰা হৈছে:
04 OCT 2026 8:42AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান বিপ্লৱী আৰু স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে শ্যামজী কৃষ্ণ বাৰ্মাই মা ভাৰতীৰ পৰাধীনতাৰ শিকলি ছিঙিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
তেওঁ কয় যে মাতৃভূমিৰ গৌৰৱ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁৰ বীৰত্ব আৰু সাহসক ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে।
শ্ৰী মোদীয়ে এক্স-ত লিখিছে;
‘মহান বিপ্লৱী আৰু স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মা ভাৰতীৰ পৰাধীনতাৰ শিকলি ছিঙিবলৈ তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মাতৃভূমিৰ আত্মসন্মান ৰক্ষাৰ বাবে তেওঁ প্ৰদৰ্শন কৰা বীৰত্ব আৰু সাহসক কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে।’
MJPS/SS/ST/MK
(ৰিলিজ আই ডি : 2318920)
অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam