প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কঠোৰ পৰিশ্ৰম, প্রজ্ঞা আৰু সঠিক আচৰণত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
27 AUG 2026 11:24AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এখন নৈতিক সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত প্রজ্ঞা, অধ্যৱসায় আৰু মহৎ আচৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এখন সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে। এই শ্লোকটোৱে ব্যক্তিসকলক পোহৰ আৰু প্রজ্ঞাৰ পথ অনুসৰণ কৰিবলৈ, নিজৰ প্ৰচেষ্টাত সতৰ্ক আৰু অটল হৈ থাকিবলৈ আৰু এখন মহান তথা নৈতিক সমাজ গঢ়ি তোলাত অৰিহণা যোগাবলৈ আহ্বান জনায়ঃ
"तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान्।
अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम्॥"
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान्।
अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम्॥
****
MJPS/SS/VJ/NB
(ৰিলিজ আই ডি : 2303682)
অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam