প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ চনৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ভাৰতীয় নৌসেনা কৰ্মীসকললৈ প্ৰদান কৰা বীৰত্ব বঁটাৰ তালিকা

प्रविष्टि तिथि: 14 AUG 2026 7:55PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৬ চনৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ভাৰতীয় নৌসেনাৰ কৰ্মীসকললৈ তলত উল্লিখিত বীৰত্ব বঁটাসমূহ অনুমোদন জনাইছে।

শৌৰ্য চক্ৰ

১. লেফটেনেণ্ট কমাণ্ডাৰ শিৱম কুমাৰ

নৌ সেনা পদক (বীৰত্ব)

১. কমাণ্ডাৰ যুৱৰাজ কুমাৰ
২. কমাণ্ডাৰ বিনীত শৰ্মা
৩. চি অবিনাশ আন্নাচো, পি.অ'.এ. (এফ.ডি.)

মেঞ্চন-ইন-ডেচপেচেছ (Mention-in-Despatches)
১. কমাণ্ডাৰ নিখিল চুঘ
২. লেফটেনেণ্ট অজয় জ'ছ এন যোচেফ
৩. অভিষেক ধনাৱাড়ে, ছী ১ (চি.ডি.)
৪. অশ্বিন সন্তোষ, এ.ভি.আৰ. ছী (চি.ডি.)

*****

VM/AS/RD


(रिलीज़ आईडी: 2299974) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi