পৰ্যটন মন্ত্ৰালয়
উত্তৰ-পূব অঞ্চলত পৰ্যটনৰ বিকাশ
प्रविष्टि तिथि:
10 AUG 2026 3:01PM by PIB Guwahati
পৰ্যটন মন্ত্ৰালয়ে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনকে ধৰি ভাৰতৰ বিভিন্ন পৰ্যটনস্থলী আৰু উৎপাদিত সামগ্ৰীসমূহক সামগ্ৰিকভাৱে প্ৰচাৰ কৰে, প্ৰচাৰমূলক অনুষ্ঠান, ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনক মেলা তথা উৎসৱ আয়োজন কৰাৰ বাবে সহায় কৰাৰ লগতে প্ৰদৰ্শনী, ৱেবছাইট, ছ’চিয়েল মিডিয়া আদিত অংশগ্ৰহণ আদি বিভিন্ন পদক্ষেপৰ গ্ৰহণ কৰিছে।
উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত ২০১৩ চনৰ পৰাই উত্তৰ-পূব অঞ্চলত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট (আই টি এম)ৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰে, উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য—অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, আৰু ছিকিমৰ পৰা পৰ্যটন ব্যৱসায়ী আৰু উদ্যোগীসকলক একত্ৰিত কৰি ক্ৰেতা, বিক্ৰেতা, সংবাদমাধ্যম, চৰকাৰী সংস্থা আৰু অন্যান্য অংশীদাৰসকলৰ মাজত সহযোগিতা আৰু পাৰস্পৰিক ক্ৰিয়া-কলাপ বৃদ্ধি কৰিছে। ২০২৫ চনৰ ১৩-১৬ নৱেম্বৰত ছিকিমৰ গেংটকত শেহতীয়া আইটিএম অনুষ্ঠিত হয়।ইয়াৰ উপৰি তলত দিয়া ধৰণে বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ অধীনত গ্ৰহণ কৰা পদক্ষেপসমূহকে ধৰি তলত উল্লেখ কৰা পদক্ষেপসমূহ এনেধৰণৰ :
(ঝ) ইক্ৰেডিবল ইণ্ডিয়া ডিজিটেল প্লেটফৰ্ম-পৰ্যটন মন্ত্ৰালয়ে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ইনক্ৰেডিবল ইণ্ডিয়া ৱেবছাইটটোক আইডিপি হিচাপে পুনৰ নিৰ্মাণ কৰি সমগ্ৰ ৱেব আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দৰ্শকক জড়িত কৰে। ইনক্ৰেডিবল ইণ্ডিয়া ৱেবছাইটত থকা বিষয়বস্তু হিন্দী, ইংৰাজী আৰু ৰাষ্ট্ৰসংঘৰ ভাষাত উপলব্ধ। ৱেবছাইটটোত এন ই আৰত পৰ্যটনৰ প্ৰচাৰৰ বাবে উত্তৰ-পূব ৰাজ্যসমূহৰ পৰ্যটন গন্তব্যস্থানৰ বিষয়ে উল্লেখ কৰা হৈছে।
(ii)পৰ্যটন মন্ত্ৰালয়ে উত্তৰ-পূব অঞ্চলৰ বিভিন্ন পৰ্যটন স্থান আৰু উৎপাদিত সামগ্ৰীসমূহ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰচাৰ কৰে। পৰ্যটন মন্ত্ৰালয়ৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত নিয়মীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ গন্তব্যস্থানৰ ওপৰত সৃষ্টিশীল পোষ্ট, লাইভ চেচন, টুইট ইত্যাদি পোষ্ট কৰা হয়। ইয়াৰ উপৰিও পৰ্যটন মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটনস্থলী আৰু সামগ্ৰীসমূহৰ প্ৰদৰ্শন কৰি আহিছে।
(iii)মেলা আৰু উৎসৱ আয়োজনৰ বাবে কেন্দ্ৰীয় আৰ্থিক সাহায্য (চিএফএ) সহায়- পৰ্যটন মন্ত্ৰালয়ে ডিপিপিএইচ আঁচনিৰ অধীনত মেলা / উৎসৱ আৰু পৰ্যটন সম্পৰ্কীয় অনুষ্ঠান আয়োজনৰ বাবে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনক আৰ্থিক সাহায্য প্ৰদান কৰে। মেলা আৰু উৎসৱ আয়োজনৰ বাবে আৰ্থিক সহায় আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ তালিকা পৰিশিষ্ট-IIত আছে।
(iv) ‘স্বদেশ দৰ্শন’, ‘নেচনেল মিছন অন পিলগ্ৰিমেজ ৰিজুভেনেচন এণ্ড স্পিৰিচুৱেল হেৰিটেজ অগমেণ্টেচন ড্ৰাইভ (প্ৰাশ্বাদ)’, ‘পৰ্যটন আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহক সহায়’ আদি আঁচনিৰ অধীনত পৰ্যটন মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহ/কেন্দ্ৰীয় শাসিত প্ৰশাসন/কেন্দ্ৰীয় সংস্থাসমূহক আৰ্থিক সাহায্য প্ৰদান কৰে, মূলধন বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সাহায্য প্ৰদান কৰে (SASCI আঁচনি), উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন পৰ্যটন স্থলীত পৰ্যটন সম্পৰ্কীয় আন্তঃগাঁথনি আৰু সা-সুবিধাৰ উন্নয়নৰ বাবে প্ৰত্যাহ্বান ভিত্তিক গন্তব্যস্থান উন্নয়ন (চিবিডিডি)। পৰ্যটন মন্ত্ৰালয়ে এতিয়া গন্তব্যস্থান আৰু পৰ্যটনকেন্দ্ৰিক পদ্ধতি অনুসৰণ কৰি বহনক্ষম আৰু দায়িত্বশীল পৰ্যটন গন্তব্যস্থান গঢ়ি তোলাৰ উদ্দেশ্যে স্বদেশ দৰ্শন আঁচনিখনক স্বদেশ দৰ্শন ২.০ (এছ ডি ২.০) হিচাপে নতুন ৰূপ দিছে। উত্তৰ-পূব অঞ্চলত ওপৰত উল্লেখ কৰা আঁচনিসমূহৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ সবিশেষ পৰিশিষ্ট-IIIত দিয়া হৈছে।
পৰ্যটন মন্ত্ৰালয়ে জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ সমন্বয়ত স্বচ্ছতা কাৰ্য্য পৰিকল্পনা (এছ এ পি) ৰূপায়ণ কৰে। এছএপিৰ অধীনত মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি স্বচ্ছতা-সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। ২০২৫–২৬ চনৰ ভিতৰত আই আই টি টি এম, কেন্দ্ৰীয় আই এইচ এম, ৰাজ্যিক আই এইচ এম আৰু এফ চি আইৰ জৰিয়তে তলত দিয়া শ্ৰেণীসমূহৰ অধীনত (i) পৰ্যটকৰ মাজত সজাগতা (ii) শিক্ষাৰ্থীৰ মাজত সজাগতা (iii) অংশীদাৰৰ মাজত সজাগতা (iii) অংশীদাৰ সজাগতা আদি শ্ৰেণীৰ অধীনত ২০০ টা এছ এ পি কাৰ্য্যকলাপ আয়োজন কৰা হৈছিল। ইয়াৰ উপৰি জল শক্তি মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি পৰ্যটন মন্ত্ৰালয়ে প্ৰতি বছৰে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত স্বচ্ছতা পাখোৱাদা আৰু স্বচ্ছতা হি সেৱা (SHS) পালন কৰে। ২০২৫ চনত উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত স্বচ্ছতা পাখৱাড়াৰ অধীনত ২৭৭টা আৰু এছ এইচ এছৰ অধীনত ২৪৪টা কাম-কাজ সম্পন্ন কৰা হৈছে।
উত্তৰ-পূবৰ ৰাজ্যকে ধৰি প্ৰবাসী (PAN Indian) ভাৰতীয় ভিত্তিত ফলপ্ৰসূ বিমান সংযোগৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আঞ্চলিক বিমান যাত্ৰাক সুলভ কৰি তুলিবলৈ আৰ চি এছ-ইউ ডি এন আঁচনি আৰম্ভ কৰে, আৰু পৰ্যটন মন্ত্ৰালয়ে ইয়াৰ সৈতে সহযোগিতা কৰি চেম্পিয়ন চাৰ্ভিচ ছেক্টৰ আঁচনিৰ অধীনত ভিয়েবিলিটি গেপ ফাণ্ডিং সম্প্ৰসাৰণ কৰি উত্তৰ-পূব অঞ্চলকে ধৰি গুৰুত্বপূৰ্ণ পৰ্যটন স্থানসমূহলৈ বিমান সংযোগ উন্নত কৰিছে। এই পদক্ষেপৰ অধীনত তলত উল্লেখ কৰা এন ই আৰ পথসমূহ পৰ্যটন আৰ চি এছ পথ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে: ডিব্ৰুগড়–ডিমাপুৰ, ডিমাপুৰ–ডিব্ৰুগড়, ডিমাপুৰ–ইম্ফল, ইম্ফল–ডিমাপুৰ, আগৰতলা–আইজল, আইজল–আগৰতলা, ডিব্ৰুগড়–ইম্ফল, ইম্ফল–ডিব্ৰুগড়, হোলংগী–গুৱাহাটী আৰু গুৱাহাটী–হলংগী।
আজি লোকসভাত প্ৰদান কৰা এক উত্তৰত এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱটে ।
পৰিশিষ্ট-I
ৰাজ্যভিত্তিক পৰ্যটকৰ আগমন :
|
২০২৫ চনত উত্তৰ-পূব অঞ্চলত (এন ই আৰ) পৰ্যটকৰ আগমন
|
|
ক্ৰমিক নং
|
ৰাজ্যৰ নাম
|
ঘৰুৱা পৰ্যটকৰ ভ্ৰমণ (ডিটিভি
|
বিদেশী পৰ্যটকৰ ভ্ৰমণ (এফটিভি)
|
|
১
|
অৰুণাচল প্ৰদেশ
|
৯১৩৩৮৩
|
৪৫৮২
|
|
২
|
অসম
|
৯০৫৫৯৪৩
|
৩৩৮৫৮
|
|
৩
|
মণিপুৰ
|
২৫২৮১
|
২৮৯২
|
|
৪
|
মেঘালয়
|
১৮৪৮২৩৯
|
৭১১৬
|
|
৫
|
মিজোৰাম
|
৮২৮২২৩
|
১১৪৮৪
|
|
৬
|
নাগালেণ্ড
|
১২৭৪২৮
|
৫৪২৫
|
|
৭
|
ছিকিম
|
১৬৫৪৮৩৮
|
৬৮৯৯২
|
|
৮
|
ত্ৰিপুৰা
|
৬৮১১০৩
|
২৭৩২০
|
| |
|
|
|
|
জানুৱাৰী-জুন, ২০২৬ৰ বাবে উত্তৰ-পূবত পৰ্যটকৰ আগমন
|
|
ক্ৰমিক নং
|
ৰাজ্যৰ নাম
|
ডিটিভি
|
এফটিভি
|
|
১
|
অৰুণাচল প্ৰদেশ
|
৬২৭০৮৪
|
২৩৭২
|
|
২
|
অসম
|
৪৬০৪১১২
|
৩২৪৭১
|
|
৩
|
মণিপুৰ
|
১২৭৪৪
|
১২১৯
|
|
৪
|
মেঘালয়
|
৫১৫৩২০
|
২৫১৬
|
|
৫
|
মিজোৰাম
|
৪৯৪৩৬২
|
৭৩৮৯
|
|
৬
|
নাগালেণ্ড
|
২৭৩০৫
|
১১৩১
|
|
৭
|
ছিকিম
|
২৩৫২৭২৫
|
৪৩৭৩৪
|
|
৮
|
ত্ৰিপুৰা
|
৩৮৪৪৫৩
|
৯৪২৪
|
|
উৎসঃ ৰাজ্যিক পৰ্যটন বিভাগ
|
|
|
*২০২৬ চনৰ জানুৱাৰীৰ পৰা মাৰ্চলৈকে মেঘালয়ৰ পৰা লাভ কৰা তথ্য
|
পৰিশিষ্ট-II
ডিপিপিএইচ আঁচনিৰ অধীনত চিএফএ বৃদ্ধি কৰা মেলা আৰু উৎসৱৰ ৰাজ্যভিত্তিক তালিকা (লাখত)
|
ৰাজ্যৰ নাম
|
বছৰ
|
মেলা আৰু উৎসৱৰ নাম
|
অনুমোদিত ধনৰাশি
|
|
অসম
|
২০১৬-১৭
|
(i) ৰাস মহোৎসৱ, মাজুলী
|
৩৫.০০
|
|
২০১৮-১৯
|
(ii) বড়ো ৰাষ্ট্ৰীয় উৎসৱ
|
২৫.০০
|
|
(iii) ৰঙালী উৎসৱ
|
২৫.০০
|
|
২০২১-২২
|
আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সন্মিলন
|
২৫.০০
|
|
ৰঙালী উৎসৱ
|
২৫.০০
|
|
অৰুণাচল প্ৰদেশ
|
২০১৪-১৫
|
ভোগালী উৎসৱ
|
১৪.০০
|
|
২০১৫-১৬
|
ৰংগলি উৎসৱ
|
৩০.০০
|
|
২০১৭-১৮
|
নকুম উৎসৱ
|
৪০.০০
|
|
২০১৮-১৯
|
(i) কামেং নদীৰ পৰিৱেশ পৰ্যটন উৎসৱ (ii) মেনচুকা দুঃসাহসিক উৎসৱ আৰু (iii) কমলা উৎসৱ ডাম্বুক
|
২০.০০
|
|
২০১৯-২০
|
(i) টাৱাং উৎসৱ(ii)মেনচুকা দুঃসাহসিক উৎসৱ (iii) কমলা উৎসৱ ডাম্বুক
|
২৫.০০
|
|
বাছাৰ সংগম ৩.০ উৎসৱ
|
২৫.০০
|
|
২০২০-২১
|
ৰিভাৰ ট্ৰাইবৰ এংলিং ফেষ্টিভেল
|
২৫.০০
|
|
২০২১-২২
|
আংআইএঅত বাটাৰফ্লাই মিট
|
২৫.০০
|
|
পেডেল টু পাক্কে
|
২৫.০০
|
|
২০২২-২৩
|
ইষ্টাৰলি এচেন্স লেডুম উৎসৱ
|
২৫.০০
|
|
সংগীত আৰু দুঃসাহসিক অভিযান, কমলা উৎসৱ
|
২৫.০০
|
|
২০২৪-২৫
|
ছি ডনি উৎসৱ
|
৫০.০০
|
|
২০২৫-২৬
|
কমলা উৎসৱ
|
৩০.০০
|
|
অৰুণাচলৰ উৎসৱ
|
৫০.০০
|
|
মণিপুৰ
|
২০১৪-১৫
|
ইকো হাৰমনি
|
৫০.০০
|
|
২০১৫-১৬
|
অৰুণাচলৰ উৎসৱ
|
৫০.০০
|
|
২০১৬-১৭
|
মণিপুৰী উৎসৱ আৰু যুৱ, দুঃসাহসিক& জল ক্ৰীড়া উৎসৱ
|
৫০.০০
|
|
২০১৭-১৮
|
মণিপুৰ ছাংগাই মহোৎসৱ আৰু যুৱ, দুঃসাহসিক আৰু জল ক্ৰীড়া মহোৎসৱ মণিপুৰ ২০১৫
|
৫০.০০
|
|
২০১৯-২০
|
মণিপুৰ ছাংগাই উৎসৱ, আৰু যুৱ দুঃসাহসিক আৰু জল দুঃসাহসিক ক্ৰীড়া উৎসৱ
|
২৫.০০
|
|
মণিপুৰ ছাংগাই মহোৎসৱ আৰু “যুৱ দুঃসাহসিক আৰু জল ক্ৰীড়া মহোৎসৱ
|
২৫.০০
|
|
মেঘালয়
|
|
ছাংগাই উৎসৱ
|
৪২.২২
|
|
২০১৬-১৭
|
যুৱ দুঃসাহসিক আৰু জল ক্ৰীড়া উৎসৱ
|
৫০.০০
|
|
২০১৭-১৮
|
ৱাংগালা নৃত্য উৎসৱ আৰু নংক্ৰেম নৃত্য উৎসৱ
|
৫০.০০
|
|
২০১৮-১৯
২০১৯-২০
|
ৱাংগালা নৃত্য উৎসৱ, নংক্ৰেম নৃত্য উৎসৱ আৰু লাছুবন উৎসৱ
|
২৫.০০
|
|
ৱাংগালা নৃত্য উৎসৱ আৰু নংক্ৰেম নৃত্য উৎসৱ
|
২৫.০০
|
|
২০২১-২২
|
ৱাংগালা ডান্স
|
২৫.০০
|
|
নংক্ৰেম নৃত্য উৎসৱ
|
২৫.০০
|
|
২০২২-২৩
|
ৱাংগালা ডান্স
|
২৫.০০
|
|
নংক্ৰেম নৃত্য উৎসৱ
|
২৫.০০
|
| |
ৱাংগালা নৃত্য
|
২৫.০০
|
|
২০২৩-২৪
২০২৪-২৫
|
নংক্ৰেম নৃত্য উৎসৱ
|
২৫.০০
|
|
নংক্ৰেম নৃত্য উৎসৱ
|
১৬.০০
|
|
২০২৫-২৬
|
১০০ ড্ৰামছ ৱাংগালা ডান্স ফেষ্টিভেল ২০২৪
|
৪০.০০
|
|
নংক্ৰেম নৃত্য উৎসৱ ২০২৪
|
৪০.০০
|
|
মিজোৰাম
|
২০১৪-১৫
|
১০০ ঢোল ৱাংগালা নৃত্য উৎসৱ
|
২৫.০০
|
|
নংক্ৰেম নৃত্য উৎসৱ
|
২৫.০০
|
|
২০১৫-১৬
|
এন্থুৰিয়াম উৎসৱ,
|
২৫.০০
|
|
থালফাভাং কুট উৎসৱ
|
২৫.০০
|
|
২০১৭-১৮
|
এন্থুৰিয়াম উৎসৱ
|
২৫.০০
|
|
থালফাভাংকুট উৎসৱ
|
২৫.০০
|
| |
শীতকালীন উৎসৱ
|
২৫.০০
|
|
২০১৮-১৯
২০১৯-২০
|
চাপচৰ কুট
|
২৫.০০
|
|
চাপচৰ কুট উৎসৱ
|
২৫.০০
|
|
২০২০-২১
|
এন্থুৰিয়াম উৎসৱ
|
২৫.০০
|
|
শীতকালীন উৎসৱ
|
২৫.০০
|
|
২০২১-২২
|
এন্থুৰিয়াম উৎসৱ
|
২৫.০০
|
|
শীতকালীন উৎসৱ
|
২৫.০০
|
|
২০২২-২৩
|
এন্থুৰিয়াম উৎসৱ
|
২৫.০০
|
|
শীতকালীন উৎসৱ
|
২৫.০০
|
|
২০২৪-২৫
|
এন্থুৰিয়াম উৎসৱ
|
২৫.০০
|
|
শীতকালীন উৎসৱ
|
২৫.০০
|
|
২০২৫-২৬
|
শীতকালীন উৎসৱ ২০২৪
|
৩০.০০
|
|
লেইটলানপুই সংগীত মহোৎসৱ ২০২৪
|
২৫.০০
|
|
মিজোৰাম ট্ৰেভেল ফেষ্ট
|
২৫.০০
|
|
নাগালেণ্ড
|
|
লেইটলানপুই সংগীত মহোৎসৱ
|
২৫.০০
|
|
২০১৪-১৫
|
শীতকালীন উৎসৱ
|
২৫.০০
|
|
২০১৬-১৭
|
হৰ্ণবিল উৎসৱ, ২০১৪
|
৫০.০০
|
|
২০১৭-১৮
২০১৯-২০
|
হৰ্ণবিল উৎসৱ
|
২৫.০০
|
|
চেক্ৰেনি উৎসৱ, হৰ্ণবিল উৎসৱ, ৰেংমাৰ ংগাদাহ উৎসৱ
|
১০.০০
|
|
হৰ্ণবিল উৎসৱ
|
১৫.০০
|
|
২০২১-২২
|
থুউ-নি উৎসৱ
|
২০.০০
|
|
সুখৰুণে উৎসৱ
|
১০.০০
|
|
২০২২-২৩
|
হৰ্ণবিল উৎসৱ
|
৫.০০
|
|
আংগামীৰ চেক্ৰেনি উৎসৱ
|
৫.০০
|
|
আহুনা উৎসৱ
|
৫.০০
|
|
ৰুণা উৎসৱ
|
৫.০০
|
|
চেক্ৰেনি উৎসৱ
|
৫.০০
|
|
নাগালেণ্ড হাউচ কলকাতাত শৰৎ উৎসৱ
|
২৫.০০
|
|
২০২৩-২৪
|
নাগালেণ্ড হাউচ নতুন দিল্লীত শৰৎ উৎসৱ
|
১০.০০
|
|
হৰ্ণবিল উৎসৱ
|
২৫.০০
|
|
২০২৪-২৫
|
নতুন দিল্লীৰ নাগালেণ্ড হাউচত শৰৎ উৎসৱ
|
৩০.০০
|
|
কিছামাৰ নগা হেৰিটেজ ভিলেজত ৰান্ধনীশাল আৰু সংগীত মহোৎসৱ
|
২৫.০০
|
|
নাগালেণ্ড হাউচত শৰৎ উৎসৱ
|
২৫.০০
|
|
২০২৫-২৬
|
ডিমাপুৰত পৰম্পৰাগত খাদ্য আৰু লোকসংগীত মহোৎসৱ
|
২৫.০০
|
|
মকুচুং জিলাৰ চুৰাং উপত্যকাত সাংস্কৃতিক মেলা
|
২৫.০০
|
|
শৰৎ উৎসৱ
|
৩০.০০
|
|
ছিকিম
|
|
নগা মল্লযুঁজ
|
৪৪.০০
|
|
২০১৫-১৬
২০১৬-১৭
|
সাংস্কৃতিক লোক আৰু সংগীত উৎসৱ
|
২৫.০০
|
|
বিশ্ব পৰ্যটন দিৱস, গেংটক
|
২৫.০০
|
|
২০১৭-১৮
|
ছিকিম শীতকালীন কাৰ্নিভাল, গেংটক,
|
২৫.০০
|
|
বিশ্ব পৰ্যটন দিৱস, গেংটক
|
২৫.০০
|
|
২০১৮-১৯
|
ৰেড পাণ্ডা শীতকালীন উৎসৱ, গেংটক
|
২৫.০০
|
|
বিশ্ব পৰ্যটন দিৱস, গেংটক
|
২৫.০০
|
|
২০১৯-২০
|
ৰেড পাণ্ডা শীতকালীন উৎসৱ, গেংটক
|
২৫.০০
|
|
বিশ্ব পৰ্যটন দিৱস
|
২৫.০০
|
|
২০২০-২১
|
ৰঙা পাণ্ডা উৎসৱ, গেংটক
|
২৫.০০
|
|
বিশ্ব পৰ্যটন দিৱস, গেংটক
|
১২.৫০
|
|
ৰঙা পাণ্ডা শীতকালীন উৎসৱ
|
১২.৫০
|
|
২০২১-২২
|
ৰঙা পাণ্ডা শীতকালীন কাৰ্নিভাল
|
১২.৫০
|
|
যোৰেথাং মাঘেই মেলা
|
১২.৫০
|
|
পেলিং শীতকালীন পৰ্যটন উৎসৱ
|
২৫.০০
|
| |
চেৰী টেমি চাহ আৰু পৰ্যটন উৎসৱ টেমি চাহ বাগিচা দক্ষিণ ছিকিম
|
২০.০০
|
|
ত্ৰিপুৰা
|
২০২৫-২৬
|
খাংচেণ্ডোংগা শীতকালীন কাৰ্নিভাল উৎসৱ
|
১৮.০০
|
|
২০১৬-১৭
২০১৯-২০
|
যোৰেথাং মাঘেই মেলা
|
২৫.০০
|
|
লম্পোখৰী মহোৎসৱ
|
২.০০
|
|
ছেপাহিজালা জিলাৰ মেলাঘৰ ৰাজঘাটত নীৰমহল উৎসৱ গোমতী জিলাৰ উদয়পুৰৰ মাবাৰীত দেৱালী উৎসৱ
|
১৫.০০
|
| |
দক্ষিণ ত্ৰিপুৰাৰ জুলাইবাৰী শান্তিৰবজাৰত পিলক উৎসৱ
|
২৫.০০
|
|
২০২০-২১
২০২২-২৩
|
খাৰচি মেলা
|
১০.০০
|
|
নীৰমহল উৎসৱ
|
৫.০০
|
|
দীপাৱলী মেলা
|
৫.০০
|
|
২০২৩-২৪
|
ভাৰত বাংলা উৎসৱ
|
৯.৮০
|
|
নীৰমহল উৎসৱ
|
৯.৫৫
|
|
দীপাৱলী উৎসৱ
|
৩.০০
|
|
২০২৪-২৫
|
চাবিমুৰা উৎসৱ
|
২০.০০
|
|
নীৰমহল উৎসৱ
|
১২.০০
|
|
দীপাৱলী উৎসৱ
|
৫.০০
|
|
চাবিমুৰা উৎসৱ
|
৫.০০
|
| |
দীপাৱলী উৎসৱ
|
৩০.০০
|
|
চাবিমুৰা আৰু তীৰ্থমুখ উৎসৱ
|
৩০.০০
|
|
অশোকাস্তমী উৎসৱ
|
২০.০০
|
******
RK/DM
(रिलीज़ आईडी: 2297922)
आगंतुक पटल : 6