প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ধাৰাবাহিক অনুশীলনৰ জৰিয়তে প্ৰগতি লাভ কৰাত মনোযোগ আৰু ইচ্ছাশক্তিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 JUL 2026 8:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি মনোযোগ আৰু ইচ্ছাশক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত নিয়মীয়া অনুশীলন আৰু সমৰ্পিত প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ

"एकाग्रताथ सङ्कल्पः स्नायुवद्‌ वर्द्धनक्षमौ।

नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥"

"মনোযোগ আৰু ইচ্ছাশক্তি আমাৰ স্নায়ুতন্ত্ৰৰ দৰে। নিয়মীয়া অনুশীলন আৰু সঠিক প্ৰচেষ্টাৰ জৰিয়তে এইসমূহ বিকশিত আৰু শক্তিশালী কৰিব পাৰি। সময়ৰ লগে লগে দুয়োটাই অধিক শক্তিশালী আৰু অধিক ফলপ্ৰসূ হৈ উঠে। "

****

MJPS/SS/PRK/DD


(रिलीज़ आईडी: 2286922) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam