প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভগৱান জগন্নাথৰ আশীৰ্বাদ কামনাৰে সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 JUL 2026 10:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ ৰথ যাত্ৰা উপলক্ষে ভগৱান জগন্নাথৰ আশীৰ্বাদ কামনা কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃ

“देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥"


শ্ৰী মোদীয়ে লগতে আশা প্ৰকাশ কৰে যে ভগৱান জগন্নাথৰ ঐশ্বৰিক অনুগ্ৰহে দেশবাসীৰ জীৱনত নতুন শক্তি প্ৰৱাহিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

মহাপ্রভু জগন্নাথৰ পবিত্ৰ ৰথ যাত্ৰা শুভ উপলক্ষে তেওঁৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত চিৰদিন থকাৰ মই কামনা কৰো। তেওঁৰ ঐশ্বৰিক অনুগ্ৰহে সকলো দেশবাসীৰ জীৱনত নতুন শক্তিৰ সঞ্চাৰ কৰক।

देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥

***

MJPS/SS/VJ/DD


(रिलीज़ आईडी: 2285255) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Gujarati , Telugu , Malayalam