প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পাৰস্পৰিক নিৰ্ভৰশীলতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

प्रविष्टि तिथि: 14 JUL 2026 2:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে-

“प्रभया हि विना यद्वद् भानुरेष न विद्यते।

प्रभा च भानुना तेन सुतरां तदुपाश्रया॥”

সুভাশিতমত কোৱা হৈছে যে যেনেকৈ সূৰ্যক ইয়াৰ পোহৰৰ অবিহনে অনুভৱ কৰিব নোৱাৰি, ঠিক তেনেদৰে সূৰ্য্যৰ অবিহনে পোহৰৰ অস্তিত্ব থাকিব নোৱাৰে। সেয়েহে সূৰ্যৰ সমগ্ৰ অস্তিত্ব, শক্তি আৰু ইয়াৰ পোহৰ সম্পূৰ্ণৰূপে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

प्रभया हि विना यद्वद् भानुरेष न विद्यते।

प्रभा च भानुना तेन सुतरां तदुपाश्रया॥

***

MJPS/SS/VJ/NB


(रिलीज़ आईडी: 2284452) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam