গৃহ মন্ত্ৰালয়
এন ডি পি এছ আইনৰ অধীনত পঞ্জীয়ন কৰা ঘটনাসমূহ
পোষ্ট কৰা হৈছে:
01 APR 2026 2:38PM by PIB Guwahati
নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ (এন চি আৰ বি)-ৰ দ্বাৰা ২০২৩ বৰ্ষ সন্দৰ্ভত প্ৰকাশিত শেহতীয়া তথ্য অনুসৰি; ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অনুসৰি আৰু বছৰ অনুসৰি নাৰ্ক’টিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেঞ্চছ (এন ডি পি এছ) আইন, ১৯৮৫ -ৰ অধীনত ২০১৯-২০২৩ ৰ সময়ছোৱাত পঞ্জীয়ন কৰা মুঠ ঘটনাৰ সংখ্যা Annexure-I ত আছে-
নাৰ্ক’টিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেঞ্চছ (সংশোধনী) আইন, ২০১৪ সমগ্ৰ ভাৰতত ২০১৪ বৰ্ষৰ ১ মে’ ৰ পৰা কাৰ্যকৰী কৰা হৈছে।
ৰাজ্য অনুসৰি/কেন্দ্ৰীয় শাসিত অঞ্চল অনুসৰি আৰু বছৰ অনুসৰি নাৰ্ক’টিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেঞ্চছ (এন ডি পি এছ) আইন, ১৯৮৫-ৰ অধীনত পঞ্জীয়ন কৰা মুঠ ঘটনাৰ সংখ্যা ২০১৯-২০২৩
উৎসঃ ভাৰতত অপৰাধ (এনচিআৰবি)
ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ে উল্লেখ কৰে।
*****
RK/RR/PR/SK/SC/MK
(ৰিলিজ আই ডি : 2256935)
অতিথি কক্ষ : 32