প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বৈশাখী উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 14 APR 2026 9:17AM by PIB Guwahati

আজি বৈশাখী উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শুভেচ্ছা  জনায়।

এক্সৰ  এটা পোষ্টত তেওঁ কয়-

“আপোনালোক সকলোকে বৈশাখীৰ শুভেচ্ছা জনাইছো!”

***

MJPS/ST/DM


(रिलीज़ आईडी: 2251812) आगंतुक पटल : 73
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam