প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

प्रविष्टि तिथि: 16 MAR 2026 12:44PM by PIB Guwahati

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰে;

"মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে @DrMohanYadav51 প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে @narendramodi.”

@CMMadhyaPradesh

 

***

MJPS/VJ/DD


(रिलीज़ आईडी: 2240564) आगंतुक पटल : 63
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam