প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পবিত্ৰ থাই পূছমৰ উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 FEB 2026 4:15PM by PIB Guwahati

পবিত্ৰ থাই পূছম উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শুভেচ্ছা জনাইছে। “ভগৱান মুৰুগানৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকক। সকলোৰে সুস্বাস্থ্য, সফলতা আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ দিওক”, শ্ৰী মোদীয়ে কয়।

 

শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

"ভেট্ৰিভেল মুৰুগানুকু আৰোগাৰা!

এই পবিত্ৰ থাই পূছমত, সকলোকে মোৰ শুভেচ্ছা। ভগৱান মুৰুগানৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকক। সকলোৰে সুস্বাস্থ্য, সফলতা আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ দিওক।”

 

***

MJPS/VJ/DM


(रिलीज़ आईडी: 2221908) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Malayalam