গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

পদ্ম বঁটা ২০২৬ ঘোষণা

प्रविष्टि तिथि: 25 JAN 2026 7:13PM by PIB Guwahati

দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বঁটা তিনিটা শাখাত প্ৰদান কৰা হয়। সেয়া হৈছে পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী। বিভিন্ন শাখা/কাম-কাজৰ ক্ষেত্ৰত যেনে-শিল্প, সামাজিক কাম-কাজ, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদিত এই বঁটা প্ৰদান কৰা হয়। ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে ‘পদ্ম বিভূষণ’, উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে ‘পদ্ম ভূষণ’ আৰু যিকোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে ‘পদ্মশ্ৰী’ বঁটা প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে এই বঁটা ঘোষণা কৰা হয়।

এই বঁটাসমূহ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিক অনুষ্ঠানত প্ৰদান কৰে। সাধাৰণতে প্ৰতি বছৰে মাৰ্চ/এপ্ৰিলৰ আশে-পাশে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয়। ২০২৬ চনৰ বাবে ৰাষ্ট্ৰপতিয়ে তলৰ তালিকা অনুসৰি যুটীয়া শাখা (যুটীয়া শাখাত বঁটাটো এটা হিচাপে গণ্য কৰা হয়)কে ধৰি ১৩১টা পদ্ম বঁটা প্ৰদানৰ অনুমোদন জনাইছে। তালিকাখনত ৫টা পদ্ম বিভূষণ, ১৩টা পদ্মভূষণ আৰু ১১৩টা পদ্মশ্ৰী বঁটা আছে। ইয়াৰে ১৯গৰাকী মহিলা, বিদেশী/প্ৰবাসী ভাৰতীয়/পিআইঅ’/অ’চিআই শাখাত ৬জন আৰু ১৬জনক মৰণোত্তৰভাৱে বঁটা প্ৰদান তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

পদ্ম বিভূষণ ()

ক্ৰ. নং

নাম

ক্ষেত্ৰ

ৰাজ্য/দেশ

1

শ্ৰী ধৰ্মেন্দ্ৰ সিং দেওল (মৰণোত্তৰভাৱে)

কলা

মহাৰাষ্ট্ৰ

2

শ্ৰী কে টি থমাছ

জন সেৱা

কেৰালা

3

শ্ৰীমতী এন ৰাজম

কলা

উত্তৰপ্ৰদেশ

4

শ্ৰী পি নাৰায়ণন

সাহিত্য আৰু শিক্ষা

কেৰালা

5

শ্ৰী ভি এছ অচু্থানন্দন (মৰণোত্তৰভাৱে)

জন সেৱা

কেৰালা

 

পদ্মভূষণ (১৩)

ক্ৰ. নং

নাম

ক্ষেত্ৰ

ৰাজ্য/দেশ

6

শ্ৰীমতী আলকা য়াগনিক

কলা

মহাৰাষ্ট্ৰ

7

শ্ৰী ভগত সিং কোছিয়াৰী

জন সেৱা

উত্তৰাখণ্ড

8

শ্ৰী কালীপট্টি ৰামাস্বামী পালানিস্বামী

মেডিচিন

তামিলনাডু

9

শ্ৰী মামুট্টী

কলা

কেৰালা

10

ডাঃ নৰি দত্তাত্ৰেয়ুডু

মেডিচিন

আমেৰিকা যুক্তৰাষ্ট্ৰ

11

শ্ৰী পীয়ুষ পাণ্ডে (মৰণোত্তৰভাৱে)

কলা

মহাৰাষ্ট্ৰ

12

শ্ৰী এছ কে এম মায়েলানন্দন

সামাজিক কাম

তামিলনাডু

13

শ্ৰী শ্বটাৱধানী আৰ গণেশ

কলা

কৰ্ণাটক

14

শ্ৰী শিবু সোৰেন (মৰণোত্তৰভাৱে)

জন সেৱা

ঝাৰখণ্ড

15

শ্ৰী উদয় কোটাক

ব্যৱসায়-বাণিজ্য

মহাৰাষ্ট্ৰ

16

শ্ৰী ভি কে মালহোত্ৰা (মৰণোত্তৰভাৱে)

জন সেৱা

দিল্লী

17

শ্ৰী ভেলাপ্পল্লী নাটেছান

জন সেৱা

কেৰালা

18

শ্ৰী বিজয় অমৃতৰাজ

ক্ৰীড়া

আমেৰিকা যুক্তৰাষ্ট্ৰ

 

Padma Shri (113)

ক্ৰ. নং

নাম

ক্ষেত্ৰ

ৰাজ্য/দেশ

19

শ্ৰী এ ই মুথুনায়াগাম

বিজ্ঞান আৰু অভিযান্ত্ৰিক

কেৰালা

20

শ্ৰী অনিল কুমাৰ ৰাষ্টোগী

কলা

উত্তৰপ্ৰদেশ

21

শ্ৰী অংকে গৌড়া এম.

সামাজিক কাম

কৰ্ণাটক

22

শ্ৰীমতী আৰ্মিদা ফাৰ্নাণ্ডেজ

মেডিচিন

মহাৰাষ্ট্ৰ

23

শ্ৰী অৰবিন্দ বৈদ্য

কলা

গুজৰাট

24

শ্ৰী অশোক খাড়ে

ব্যৱসায়-বাণিজ্য

মহাৰাষ্ট্ৰ

25

শ্ৰী অশোক কুমাৰ সিং

বিজ্ঞান আৰু অভিযান্ত্ৰিক

উত্তৰপ্ৰদেশ

26

শ্ৰী অশোক কুমাৰ হালদাৰ

সাহিত্য আৰু শিক্ষা

পশ্চিমবংগ

27

শ্ৰী বলদেৱ সিং

ক্ৰীড়া

পঞ্জাৱ

28

শ্ৰী ভগৱানদাস ৰাইকৱাৰ

ক্ৰীড়া

মধ্যপ্ৰদেশ

29

শ্ৰী ভাৰত সিং ভাৰতী

কলা

বিহাৰ

30

শ্ৰী ভিকল্য লাডাক্য ধিনদা

কলা

মহাৰাষ্ট্ৰ

31

শ্ৰী বিশ্ব বন্ধু (মৰণোত্তৰভাৱে)

কলা

বিহাৰ

32

শ্ৰী ব্ৰিজ লাল ভাট

সামাজিক কাম

জম্মু আৰু কাশ্মীৰ

33

শ্ৰী বুদ্ধ ৰশ্মি মণি

অন্যান্য-প্ৰত্নতত্ব

উত্তৰপ্ৰদেশ

34

ডাঃ বুধৰি তাঁতি

সামাজিক কাম

চত্তীশগড়

35

শ্ৰী চন্দ্ৰমৌলি গড়মানুগু

বিজ্ঞান আৰু অভিযান্ত্ৰিক

তেলেংগানা

36

শ্ৰী চৰণ হেমব্ৰম

সাহিত্য আৰু শিক্ষা

ওড়িশা

37

শ্ৰী চিৰঞ্জি লাল যাদৱ

কলা

উত্তৰপ্ৰদেশ

38

শ্ৰীমতী দীপিকা ৰেড্ডী

কলা

তেলেংগানা

39

শ্ৰী ধাৰ্মিকলাল চুনিলাল পাণ্ডিয়া

কলা

গুজৰাট

40

শ্ৰী গাড্ডে বাবু ৰাজেন্দ্ৰ প্ৰসাদ

কলা

অন্ধ্ৰপ্ৰদেশ

41

শ্ৰী গফৰুদ্দিন মেৱতী যোগী

কলা

ৰাজস্থান

42

শ্ৰী গম্ভীৰ সিং য়োনজোন

সাহিত্য আৰু শিক্ষা

পশ্চিমবংগ

43

শ্ৰী গৰিমেলা বালকৃষ্ণ প্ৰসাদ (মৰণোত্তৰভাৱে)

কলা

অন্ধ্ৰপ্ৰদেশ

44

শ্ৰীমতী গায়ত্ৰী বালাসুব্ৰমনিয়ান আৰু মিছ. ৰঞ্জনী বালাসুব্ৰমনিয়ান (যুটীয়া)

কলা

তামিলনাডু

45

শ্ৰী গোপাল জী ত্ৰিবেদী

বিজ্ঞান আৰু অভিযান্ত্ৰিক

বিহাৰ

46

শ্ৰী গুডুৰু ভেংকট ৰাও

মেডিচিন

তেলেংগানা

47

শ্ৰী এইচ ভি হাণ্ডে

মেডিচিন

তামিলনাডু

48

শ্ৰী হালি ৱাৰ

সামাজিক কাম

মেঘালয়

49

শ্ৰী হৰি মাধব মুখোপাধ্যায় (মৰণোত্তৰভাৱে)

কলা

পশ্চিমবংগ

50

শ্ৰী হৰিচৰণ শইকীয়া

কলা

অসম

51

শ্ৰীমতী হৰমনপ্ৰীত কৌৰ ভূলাৰ

ক্ৰীড়া

পঞ্জাৱ

52

শ্ৰী ইন্দ্ৰজিৎ সিং সিদ্ধু

সামাজিক কাম

চণ্ডীগড়

53

শ্ৰী জনাৰ্দন বাপুৰাও ব'থে

সামাজিক কাম

মহাৰাষ্ট্ৰ

54

শ্ৰী যোগেশ দেউৰী

অন্যান্য কৃষি

অসম

55

শ্ৰী জুজাৰ বাছি

বিজ্ঞান আৰু অভিযান্ত্ৰিক

মহাৰাষ্ট্ৰ

56

শ্ৰী জ্যোতিষ দেৱনাথ

কলা

পশ্চিমবংগ

57

শ্ৰী কে পাজানীভেল

ক্ৰীড়া

পুডুচেৰী

58

শ্ৰী কে ৰামছামি

বিজ্ঞান আৰু অভিযান্ত্ৰিক

তামিলনাডু

59

শ্ৰী কে বিজয় কুমাৰ

অসামৰিক সেৱা

তামিলনাডু

60

শ্ৰী কবিন্দ্ৰ পুৰকায়স্থ (মৰণোত্তৰভাৱে)

জন সেৱা

অসম

61

শ্ৰী কৈলাশ চন্দ্ৰ পণ্ট

সাহিত্য আৰু শিক্ষা

মধ্যপ্ৰদেশ

62

শ্ৰীমতী কালামন্দলম বিমলা মেনন

কলা

কেৰালা

63

শ্ৰী কেৱাল কৃষ্ণ ঠাকৰাল

মেডিচিন

উত্তৰপ্ৰদেশ

64

শ্ৰী খেমৰাজ সুন্দৰিয়াল

কলা

হাৰিয়ানা

65

শ্ৰীমতী কল্লকল দেৱকী আম্মা জি

সামাজিক কাম

কেৰালা

66

শ্ৰী কৃষ্ণমূৰ্তি বালাসুব্ৰমনিয়ান

বিজ্ঞান আৰু অভিযান্ত্ৰিক

তেলেংগানা

67

শ্ৰী কুমাৰ বসু

কলা

পশ্চিমবংগ

68

শ্ৰী কুমাৰস্বামী ঠংগৰাজ

বিজ্ঞান আৰু অভিযান্ত্ৰিক

তেলেংগানা

69

অধ্যাপক (ডাঃ) লাৰ্ছ-খ্ৰীষ্টিয়ান কোচ

কলা

জাৰ্মানী

70

শ্ৰীমতী লিউডমিলা ভিক্টৰভনা খোখলোভা

সাহিত্য আৰু শিক্ষা

ৰাছিয়া

71

শ্ৰী মাধৱন ৰংগনাথন

কলা

মহাৰাষ্ট্ৰ

72

শ্ৰী মগান্তি মুৰালী মোহন

কলা

অন্ধ্ৰপ্ৰদেশ

73

শ্ৰী মহেন্দ্ৰ কুমাৰ মিশ্ৰ

সাহিত্য আৰু শিক্ষা

ওড়িশা

74

শ্ৰী মহেন্দ্ৰ নাথ ৰায়

সাহিত্য আৰু শিক্ষা

পশ্চিমবংগ

75

শ্ৰী মামিদালা জগদেশ কুমাৰ

সাহিত্য আৰু শিক্ষা

দিল্লী

76

শ্ৰীমতী মংগলা কাপুৰ

সাহিত্য আৰু শিক্ষা

উত্তৰপ্ৰদেশ

77

শ্ৰী মিৰ হাজীভাই কাছম্বাই

কলা

গুজৰাট

78

শ্ৰী মোহন নগৰ

সামাজিক কাম

মধ্যপ্ৰদেশ

79

শ্ৰী নাৰায়ণ ব্যাস

অন্যান্য-প্ৰত্নতত্ব

মধ্যপ্ৰদেশ

80

শ্ৰী নৰেশ চন্দ্ৰ দেৱ বাৰ্মা

সাহিত্য আৰু শিক্ষা

ত্ৰিপুৰা

81

শ্ৰী নীলেশ বিনোদচন্দ্ৰ মাণ্ডেলৱালা

সামাজিক কাম

গুজৰাট

82

শ্ৰী নুৰুদ্দিন আহমেদ

কলা

অসম

83

শ্ৰী ওঠুৱাৰ তিৰুথানী স্বামীনাথন

কলা

তামিলনাডু

84

ডাঃ পদ্মা গুৰমেট

মেডিচিন

লাডাখ

85

শ্ৰী পালকন্দা বিজয় আনন্দ ৰেড্ডী

মেডিচিন

তেলেংগানা

86

শ্ৰীমতী পখিলা লেকথেপি

কলা

অসম

87

ডাঃ প্ৰভাকৰ বাসাৱপ্ৰভু ক’ৰ

সাহিত্য আৰু শিক্ষা

কৰ্ণাটক

88

শ্ৰী প্ৰতীক শৰ্মা

মেডিচিন

আমেৰিকা যুক্তৰাষ্ট্ৰ

89

শ্ৰী প্ৰবীণ কুমাৰ

ক্ৰীড়া

উত্তৰপ্ৰদেশ

90

শ্ৰী প্ৰেম লাল গৌতম

বিজ্ঞান আৰু অভিযান্ত্ৰিক

হিমাচল প্ৰদেশ

91

শ্ৰী প্ৰসেনজিৎ চেটাৰ্জী

কলা

পশ্চিমবংগ

92

ডাঃ পুনিয়মূৰ্তি নাটেছান

মেডিচিন

তামিলনাডু

93

শ্ৰী আৰ কৃষ্ণন (মৰণোত্তৰভাৱে)

কলা

তামিলনাডু

94

শ্ৰী আৰ ভি এছ মণি

অসামৰিক সেৱা

দিল্লী

95

শ্ৰী ৰবিলাল টুডু

সাহিত্য আৰু শিক্ষা

পশ্চিমবংগ

96

শ্ৰী ৰঘুপত সিং (মৰণোত্তৰভাৱে)

অন্যান্য কৃষি

উত্তৰপ্ৰদেশ

97

শ্ৰী ৰঘুবীৰ তুকাৰাম খেদকাৰ

কলা

মহাৰাষ্ট্ৰ

98

শ্ৰী ৰাজস্থপতি কলিয়াপ্পা গোঁদাৰ

কলা

তামিলনাডু

99

শ্ৰী ৰাজেন্দ্ৰ প্ৰসাদ

মেডিচিন

উত্তৰপ্ৰদেশ

100

শ্ৰী ৰামা ৰেড্ডী মামিদী (মৰণোত্তৰভাৱে)

অন্যান্য পশুপালন

তেলেংগানা

101

শ্ৰী ৰামমূৰ্তি শ্ৰীধৰ

অন্যান্য ৰেডিঅ’ সম্প্ৰচাৰ

দিল্লী

102

শ্ৰী ৰামচন্দ্ৰ গডব'লে আৰু শ্ৰীমতী সুনীতা গডব’ল (যুটীয়া)*

মেডিচিন

চত্তীশগড়

103

শ্ৰী ৰতিলাল বৰিসাগৰ

সাহিত্য আৰু শিক্ষা

গুজৰাট

104

শ্ৰী ৰোহিত শৰ্মা

ক্ৰীড়া

মহাৰাষ্ট্ৰ

105

শ্ৰীমতী এছজি সুশীলাম

সামাজিক কাম

কৰ্ণাটক

106

শ্ৰী ছাংগুছং এছ পংগেনাৰ

কলা

নাগালেণ্ড

107

সন্ত নিৰঞ্জন দাস

অন্যান্য আধ্যাত্মিকতা

পঞ্জাৱ

108

শ্ৰী শৰৎ কুমাৰ পাত্ৰ

কলা

ওড়িশা

109

শ্ৰী সৰোজ মণ্ডল

মেডিচিন

পশ্চিমবংগ

110

শ্ৰী সতীশ শ্বাহ (মৰণোত্তৰভাৱে)

কলা

মহাৰাষ্ট্ৰ

111

শ্ৰী সত্যনাৰায়ণ নুৱাল

ব্যৱসায়-বাণিজ্য

মহাৰাষ্ট্ৰ

112

শ্ৰীমতী সাৱিতা পুনিয়া

ক্ৰীড়া

হাৰিয়ানা

113

অধ্যাপক শ্বফি চৌক

সাহিত্য আৰু শিক্ষা

জম্মু আৰু কাশ্মীৰ

114

শ্ৰী শশী শেখৰ ভেম্পাটি

সাহিত্য আৰু শিক্ষা

কৰ্ণাটক

115

শ্ৰী শ্ৰীৰাং দেৱবা লাড

অন্যান্য কৃষি

মহাৰাষ্ট্ৰ

116

শ্ৰীমতী শুভা ভেংকটেশ আয়েংগাৰ

বিজ্ঞান আৰু অভিযান্ত্ৰিক

কৰ্ণাটক

117

শ্ৰী শ্যাম সুন্দৰ

মেডিচিন

উত্তৰপ্ৰদেশ

118

শ্ৰী সীমাঞ্চল পেট্ৰ'

কলা

ওড়িশা

119

শ্ৰীমতী শিৱশংকৰী

সাহিত্য আৰু শিক্ষা

তামিলনাডু

120

ডাঃ সুৰেশ হানাগাৱাদী

মেডিচিন

কৰ্ণাটক

121

স্বামী ব্ৰহ্মদেৱ জী মহাৰাজ

সামাজিক কাম

ৰাজস্থান

122

শ্ৰী টি টি জগন্নাথন (মৰণোত্তৰভাৱে)

ব্যৱসায়-বাণিজ্য

কৰ্ণাটক

123

শ্ৰী টাগা ৰাম ভীল

কলা

ৰাজস্থান

124

শ্ৰী তৰুণ ভট্টাচাৰ্য

কলা

পশ্চিমবংগ

125

শ্ৰী টেচি গুবিন

সামাজিক কাম

অৰুণাচল প্ৰদেশ

126

শ্ৰী তিৰুৱাৰুৰ বক্তবাৎসলাম

কলা

তামিলনাডু

127

শ্ৰীমতী তৃপ্তি মুখাৰ্জী

কলা

পশ্চিমবংগ

128

শ্ৰী বীজিনাথন কামাকোটি

বিজ্ঞান আৰু অভিযান্ত্ৰিক

তামিলনাডু

129

শ্ৰী ভেম্পতী কুটুম্বা শাস্ত্ৰী

সাহিত্য আৰু শিক্ষা

অন্ধ্ৰপ্ৰদেশ

130

শ্ৰী ভ্লাডিমাৰ মেষ্টভীৰীছভিলী (মৰণোত্তৰভাৱে)

ক্ৰীড়া

জৰ্জিয়া

131

শ্ৰী য়ুমনম জাত্ৰ সিং (মৰণোত্তৰভাৱে)

কলা

মণিপুৰ

 

টোকাঃ * যুটীয়া ক্ষেত্ৰত এটা বঁটা বুলি গন্য কৰা হ’ব।.

----

RK/RR/PR/PS/DB


(रिलीज़ आईडी: 2218719) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Telugu , Kannada , Malayalam , English , Urdu , Marathi , हिन्दी , Tamil