প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লাডাখৰ উপ-ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 05 JAN 2026 1:25PM by PIB Guwahati

লাডাখৰ উপ-ৰাজ্যপাল শ্ৰী কবিন্দৰ গুপ্তাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্সত প্ৰধানমন্ত্ৰী কাৰ্যালেয় লিখিছেঃ

‘লাডাখৰ উপ-ৰাজ্যপাল শ্ৰী কবিন্দৰ গুপ্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

@lg_ladakh

***

MJPS/SR/MK


(ৰিলিজ আই ডি : 2211471) অতিথি কক্ষ : 32