প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বীৰ বাল দিৱসত সাহসী চাহিবজাদেসকলৰ ত্যাগক প্ৰধানমন্ত্ৰীৰ স্মৰণ
পোষ্ট কৰা হৈছে:
26 DEC 2025 9:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ বাল দিৱস উপলক্ষে সাহসী চাহিবজাদেসকলৰ ত্যাগক স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে এই দিনটো সাহস, দৃঢ় বিশ্বাস আৰু ধাৰ্মিকতাৰ সৈতে জড়িত।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ
"বীৰ বাল দিৱস হৈছে শ্ৰদ্ধাৰ দিন, যি সাহসী চাহিবজাদেসকলৰ ত্যাগক স্মৰণ কৰিবলৈ উৎসৰ্গিত। আমি মাতা গুজৰী জীৰ অটল বিশ্বাস আৰু শ্ৰী গুৰু গোবিন্দ সিং জীৰ অমৰ শিক্ষাক স্মৰণ কৰোঁ। এই দিনটো সাহস, দৃঢ় বিশ্বাস আৰু ধাৰ্মিকতাৰ সৈতে জড়িত। তেওঁলোকৰ জীৱন আৰু আদৰ্শই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।"
"ਵੀਰ ਬਾਲ ਦਿਵਸ ਸ਼ਰਧਾ ਦਾ ਅਜਿਹਾ ਮੌਕਾ ਹੈ, ਜੋ ਬਹਾਦਰ ਸਾਹਿਬਜ਼ਾਦਿਆਂ ਦੀ ਕੁਰਬਾਨੀ ਨੂੰ ਯਾਦ ਕਰਨ ਲਈ ਸਮਰਪਿਤ ਹੈ। ਅਸੀਂ ਮਾਤਾ ਗੁਜਰੀ ਜੀ ਦੇ ਅਟੁੱਟ ਵਿਸ਼ਵਾਸ ਅਤੇ ਸ੍ਰੀ ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ ਜੀ ਦੀਆਂ ਸਦੀਵੀ ਸਿੱਖਿਆਵਾਂ ਨੂੰ ਯਾਦ ਕਰਦੇ ਹਾਂ। ਇਹ ਦਿਨ ਹਿੰਮਤ, ਦ੍ਰਿੜ੍ਹਤਾ ਅਤੇ ਸਚਿਆਈ ਨਾਲ ਸਬੰਧਤ ਹੈ। ਉਨ੍ਹਾਂ ਦੇ ਜੀਵਨ ਅਤੇ ਆਦਰਸ਼ ਪੀੜ੍ਹੀਆਂ ਤੱਕ ਲੋਕਾਂ ਨੂੰ ਪ੍ਰੇਰਿਤ ਕਰਦੇ ਰਹਿਣਗੇ।"
***
MJPS/VJ/MK
(ৰিলিজ আই ডি : 2208734)
অতিথি কক্ষ : 34
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam